ETV Bharat / state

মুক্তিযুঁজাৰু চম্পাৱতী বৰদলৈৰ দেহাৱসান

বিশিষ্ট সমাজ সেৱিকা, সাহিত্যিক, কবি তথা মুক্তিযুঁজাৰু চম্পাৱতী বৰদলৈৰ দেহাৱসান ৷ বাৰ্ধক্যজনিত কাৰণত শুকুৰবাৰে দিনৰ 1:31 বজাত দেহাৱসান ঘটে চম্পাৱতী বৰদলৈৰ ৷

freedom fighter champawati dead
মুক্তিযুঁজাৰু চম্পাৱতী বৰদলৈৰ দেহাৱসান
author img

By

Published : May 28, 2021, 8:56 PM IST

লখিমপুৰ,২৮ মে': লখিমপুৰ জিলাৰ হাৱাজানৰ বিশিষ্ট সমাজ সেৱিকা, সাহিত্যিক, কবি তথা মুক্তিযুঁজাৰু চম্পাৱতী বৰদলৈৰ দেহাৱসান ৷ বাৰ্ধক্যজনিত কাৰণত শুকুৰবাৰে দিনৰ 1:31 বজাত দেহাৱসান ঘটে চম্পাৱতী বৰদলৈৰ ৷ দীৰ্ঘদিনে অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত আছিল চম্পাৱতী বৰদলৈ ৷

সাহিত্য চৰ্চাত জীৱনৰ বেছিখিনি সময় সমৰ্পন কৰি অহা চম্পাৱতী গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৫ বছৰ ৷ ইফালে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক:ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.