ETV Bharat / state

মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ফাকুৱা উদযাপন - lakhimpur holi

মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ফাকুৱা উদ্‌যাপন ৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নেতৃত্বত ভাগৱত শোভাযাত্ৰা ৷

falgutsav-celebrate-letekupukhuri
মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ফাকুৱা উদযাপন
author img

By

Published : Mar 29, 2021, 2:55 PM IST

বিহপুৰীয়া, 29 মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দুদিনীয়া কাৰ্যসুচীৰে ফাকুৱা উদ্‌যাপন ৷ 28 তাৰিখৰ পৰা অনুষ্ঠিত ফাকুৱা উৎসৱৰ আজি গুৰুজনাৰ জন্মস্থানত নাম কীৰ্তনৰ পাছত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷

মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ফাকুৱা উদযাপন

দিহানাম হৰিনামৰ মাজেৰে জনাৰ্দন দেৱ গোস্বামীত প্ৰতিবছৰৰ দৰে এইবাৰো ফাকুৱা উদ্‌যাপন কৰি গুৰুজনাৰ শ্ৰীচৰণত ৰাজ্যবাসীৰ শান্তি-সমৃদ্ধি কামনা কৰে ৷ গুৰুজনাৰ জন্মস্থানৰ উপৰিও ৰাজ্যখনৰ আন আন প্ৰান্ততো উলহ মালহেৰে উদযাপন কৰা হয় ৰঙৰ উৎসৱ হোলী ৷

লগতে পঢ়ক : 5 বছৰত 10 লাখ নিৱনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি মুখ্য়মন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.