ETV Bharat / state

নাওবৈচাৰ অংগনৱাড়ী কেন্দ্ৰত ম্যাদ ওকলা খাদ্য বিতৰণ

author img

By

Published : Jun 26, 2019, 6:42 AM IST

২০১০ চনৰ ২০ মে'ত উৎপাদিত চাতুগুৰিৰ পেকেট ম্যাদ ওকলি যোৱাৰ প্ৰায় আঠ বছৰৰ পাচত প্ৰদান কৰা হৈছে নাওবৈচা খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ গোঁহাইগাঁও সোনতলি চুকৰ শিশু আৰু মাতৃক ।

নাওবৈচাৰ অংগনৱাড়ী কেন্দ্ৰত ম্যাদ ওকলা খাদ্য বিতৰণ

লখিমপুৰ,26 জুন: শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মাতৃক পুষ্টিকৰ আহাৰ যোগানৰ নামত লখিমপুৰৰ নাওবৈচাত ম্যাদ ওকলা খাদ্য বিতৰণ ৷ পুষ্টিকৰ খাদ্যৰ নামত নাওবৈচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা অংগনৱাড়ী কেন্দ্ৰত বিতৰণ এই খাদ্য ৷ ফলত অংগনাবাড়ী কেন্দ্ৰ ত্যাগ শংকিত শিশু-মহিলাৰ ।

নাওবৈচাৰ অংগনৱাড়ী কেন্দ্ৰত ম্যাদ ওকলা খাদ্য বিতৰণ
উল্লেখ্য যে, ২০১০ চনৰ ২০ মে'তে উৎপাদিত চাতুগুৰিৰ পেকেটৰ ম্যাদ ওকলি যোৱাৰ প্ৰায় আঠ বছৰৰ পাচত প্ৰদান কৰা হৈছে নাওবৈচা খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ গোঁহাইগাঁও সোনতলি চুকৰ শিশু আৰু মাতৃক । এতিয়া প্ৰশ্ন হয়, পুষ্টিকৰ খাদ্যৰ নামত ম্যাদ ওকলি যোৱা খাদ্য যোগানেৰে শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মহিলাৰ জীৱনক লৈ হেতালি খেলিছে নেকি চৰকাৰে ?

Intro:##নাওবৈচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা অংগনৱাড়ী কেন্দ্ৰ সমূহত শিশু আৰু প্ৰসূতি সকলক যোগান ধৰা পুষ্টিকৰ খাদ্যৰ নামত দিছে ম্যাদ ওকলা খাদ্য।Body:
নাওবৈচা : ২৫ জুন :-
##-শিশু প্ৰসুতি অাৰু গৰ্ভাৱতী মাতৃক পুষ্টিকৰ অাহাৰৰ নামত লখিমপুৰৰ নাওবৈচাত যোগান ধৰা হৈছে ম্যাদ ওকলা খাদ্য ।
## শংকিত শিশু মহিলাই এৰিছে অংগনাবাড়ি কেন্দ্ৰ।
## আঠ বছৰ ম্যাদ ওকলা খাদ্য লখিমপুৰৰ নাওবৈচাৰ অংগনাবাড়ি কেন্দ্ৰত।
##শিশু,প্ৰসুতিমাতৃ অাৰু গৰ্ভাৱতী মাতৃক দিয়া হৈছে এই খাদ্য।
##চুপাৰ ভাইজাৰ নেযায় কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰিবলৈ ।
##শংকিত শিশু,মাতৃয়ে এৰিছে অংগনাবাড়ি কেন্দ্ৰ।
V/O-এইতু লখিমপুৰ জিলাৰ নাওবৈচা খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ গোঁহাইগাঁও সোনতলি চুকৰ অংগনাৱাড়ি কেন্দ্ৰ।
এই কেন্দ্ৰৰ পৰাই চুবুৰিতোৰে এই গৰ্ভাৱতী মাতৃ গৰাকীৰ লগতে শিশু অাৰু প্ৰসুতিমাতৃ গৰাকীক প্ৰদান কৰা হৈছিল এই পুষ্টিকৰ খাদ্য কেইপেকেট।
কিন্তু এয়া চাওক পুষ্টিকৰ খাদ্য কেইপেকেটৰ ওপৰত থকা ম্যাদৰ নিৰ্দেশনা।
২০১০ চনৰ ২০ মেত উৎপাদিত চাতুগুৰি কেইপেকেত ব্যৱহাৰ কৰিব লাগে এবছৰৰ ভিতৰত।
কিন্তু ম্যদ ওকলিযোৱা প্ৰায় অাঠ বছৰৰ পিছত দিয়া হৈছে শিশু অাৰু মাতৃক।byte-গৰ্ভাৱতী মহিলা
Byte-প্ৰসুতিমাতৃ
ম্যাদ ওকলা পুষ্টিকৰ খাদ্যৰ দেখি শংকিত সকলো।
এয়া চৰকাৰে পুষ্টিকৰ খাদ্যৰ নামত শিশু অাৰু মাতৃ সকলক প্ৰকৃততে দিছে কি?
Byte-বয়ষষ্ঠ মহিলা।
#এইবাৰ শুনক অংগনাৱাড়ি কৰ্মী গৰাকিৰ মন্তব্য-
অফিচৰ পৰা যেনেকৈ দিছে তেনেকৈয়ে বিলাইছে শিশু অাৰু মাতৃসকলৰ মাজত-byte-অংগনাৱাড়ি কৰ্মী।
ইয়াৰ পিছত বিবেচনা কৰক দৰ্শক সকলে,শিশু,প্ৰসুতি অাৰু গৰ্ভাৱতী মাতৃ সকলক লৈ লৰাঢেমালি কৰা নাইনে এই বিভাগটোৱে ??
___________Conclusion:নিতুল বৰা
নাওবৈচা
২৫/৬/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.