লখিমপুৰ ,1 ফেব্ৰুৱাৰী : সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোগত লখিমপুৰৰ বিহপুৰীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অধিৱেশন ৷ সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনক লৈ বিহপুৰীয়াত উৎসৱমুখৰ পৰিৱেশ ৷ ৩৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ ৷ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা সমাৰোহত অনিৰুদ্ধ দেৱৰ সৃষ্টি ৰাজিৰ চলিছে চৰ্চা । নাম, গায়ন বায়নেৰে মুখৰিত হৈ পৰিছে অনিৰুদ্ধ সমন্বয় ক্ষেত্ৰ । তিনিদিনীয়াকৈ অনুস্থিত হোৱা সমাৰোহখনি অন্ত পৰিব দেওবাৰে । অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনক লৈ বিহপুৰীয়াত উৎসৱমুখৰ পৰিৱেশ - লখিমপুৰ জিলাৰ বিহপুৰীয়া
লখিমপুৰ জিলাৰ বিহপুৰীয়াত তিনিদিনীয়াকৈ অনুস্থিত হৈছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৫ সংখ্যক ৰাজ্যিক অধিবেশন ৷ ৰাজ্যিক অধিৱেশনলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ ৷
লখিমপুৰ ,1 ফেব্ৰুৱাৰী : সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোগত লখিমপুৰৰ বিহপুৰীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অধিৱেশন ৷ সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনক লৈ বিহপুৰীয়াত উৎসৱমুখৰ পৰিৱেশ ৷ ৩৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ ৷ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা সমাৰোহত অনিৰুদ্ধ দেৱৰ সৃষ্টি ৰাজিৰ চলিছে চৰ্চা । নাম, গায়ন বায়নেৰে মুখৰিত হৈ পৰিছে অনিৰুদ্ধ সমন্বয় ক্ষেত্ৰ । তিনিদিনীয়াকৈ অনুস্থিত হোৱা সমাৰোহখনি অন্ত পৰিব দেওবাৰে । অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
Body:ৰাজ্যিক ভিত্তিত অনুস্থিত হোৱা সমাৰোহত অনিৰুদ্ধ দেৱৰ সৃষ্টি ৰাজিৰ চলিছে চৰ্চা। নাম, গায়ন বায়নেৰে মুখৰিত হৈ পৰিছে অনিৰুদ্ধ সমন্বয় ক্ষেত্ৰ। মায়ামৰা সমাজৰ এই অনুস্থানৰ উপস্থিত হৈছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক।
Conclusion:তিনিদিনীয়াকৈ আনুস্থিত হোৱা সমাৰোহৰ অন্ত পৰিব দেওবাৰে। অন্তিম দিনৰ কাৰ্যসূচীত উপস্থি থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।