ETV Bharat / state

নাৰায়ণপুৰত আৰম্ভ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

নাৰায়ণপুৰত আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীত প্ৰথম পৰ্যায়ত ১১০ গৰাকী চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত কৰ্মীক প্ৰদান কৰা হয় ভেকচিন ৷

COVID_VACCINE
নাৰায়ণপুৰত আৰম্ভ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী
author img

By

Published : Jan 25, 2021, 1:20 PM IST

বিহপুৰীয়া,25জানুৱাৰী : আজিৰে পৰা নাৰায়ণপুৰত আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আৰম্ভ হৈছে এই কাৰ্যসূচী । পুৱাৰে পৰা আৰম্ভ হোৱা এই ভেকচিন প্ৰদান কাৰ্যসূচীত প্ৰথম পৰ্যায়ত ১১০ গৰাকী চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত কৰ্মীক প্ৰদান কৰা হয় ভেকচিন ৷

নাৰায়ণপুৰত আৰম্ভ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

উল্লেখ্য যে, সমগ্ৰ লখিমপুৰ জিলাতে দেওবাৰৰ দিনটোলৈ ১,০০৫ গৰাকী চিকিৎসক-স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.