লখিমপুৰ, 26 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাতো মঙলবাৰে পালন কৰা হ’ল সংবিধান দিৱস ৷ লখিমপুৰ জিলা আইন প্ৰাধিকৰণৰ তত্বাৱধানত আয়োজন কৰা উক্ত অনুষ্ঠানত দেশৰ সংবিধানে নাগৰিকক দিয়া বিভিন্ন অধিকাৰসমূহৰ লগতে ভাৰতীয় আইনী ব্যৱস্থা ওপৰতো আলোকপাত কৰা হয় ৷ মঙলবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক, ন্যায়াধীশৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক ৷
লখিমপুৰত উদযাপন সংবিধান দিৱস - Lakhimpur Constitution day
লখিমপুৰ জিলা আইন প্ৰাধিকৰণৰ তত্বাৱধানত লখিমপুৰ জিলাত উদযাপন কৰা হয় সংবিধান দিৱস ৷ মঙলবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে চহৰখনৰ কেইবাগৰাকীয়ো জ্যেষ্ঠ নাগৰিক, ন্যায়াধীশৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক ৷
লখিমপুৰত উদযাপন সংবিধান দিৱস
লখিমপুৰ, 26 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাতো মঙলবাৰে পালন কৰা হ’ল সংবিধান দিৱস ৷ লখিমপুৰ জিলা আইন প্ৰাধিকৰণৰ তত্বাৱধানত আয়োজন কৰা উক্ত অনুষ্ঠানত দেশৰ সংবিধানে নাগৰিকক দিয়া বিভিন্ন অধিকাৰসমূহৰ লগতে ভাৰতীয় আইনী ব্যৱস্থা ওপৰতো আলোকপাত কৰা হয় ৷ মঙলবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক, ন্যায়াধীশৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক ৷
Intro:সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাতো আজি পালন কৰা হল সংবিধান দিৱস।
Body:লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰনে আয়োজক কৰা সংবিধান দিৱসত আলোচনা কৰা হয় দেশৰ সংবিধানে নাগৰিক ক দিয়া আধিকাৰ সমুহৰ ওপৰত।
Conclusion:জেষ্ট নাগৰিক, ন্যায়াধীশ, আৰু বহু কেইজন জেষ্ঠ সাংবাদিক ৰ উপস্থিতি ত পালন কৰা সংবিধান দিৱসত সকলোৱে আলোকপাত ভাৰতীয় আইনী ব্যৱস্থা ৰ ওপৰতো।