- বিহপুৰীয়াত অঘটন
- পানীত পৰি সন্ধানহীন এটি কণমানি (Child missing in Subansiri River)
- লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বাঁহগড়া-ধুনাগুৰি অঞ্চলৰ ভলুকাগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা
- সোৱণশিৰি নৈৰ এটি সুঁতিৰ পাৰত খেলি থকা অৱস্থাতে হঠাৎ পানীত পৰি যায় কণমানিটি
- পিছত স্থানীয় লোকে প্ৰত্যক্ষ কৰি কণমানিটিক উদ্ধাৰৰ বাবে নামি পৰে নৈত
- লগতে SDRF কো খবৰ দিয়ে স্থানীয় লোকে
- SDRF ৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে
- কিন্তু এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই কণমানিটিক
- সন্ধানহীন কণমানিটি জেঙেৰাই শিঙিমাৰি গাঁৱৰ পবিত্ৰ পেগু আৰু কবিতা পেগুৰ কন্যা মেগনা পেগু(2)বিহপুৰীয়াত পানীত পৰি সন্ধানহীন এটি কণমানি