ETV Bharat / state

লক্​ ডাউন প্ৰত্যাহাৰ লখিমপুৰত ! - Corona Virus

ৰাজ্য়ত কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সংখ্য়া 64 লৈ বৃদ্ধি পোৱা স্বত্বেও কাণসাৰ নাই লখিমপুৰৰ অধিকাংশ লোকৰ ৷ চৰকাৰে লক্​ ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা গ্ৰহণ কৰাৰ লগে লগে ৰাজপথলৈ ওলাই আহে জিলাখনৰ ৰাইজ । ক্ৰমাৎ অসাৰত পৰিণত চৰকাৰী নিৰ্দেশনা ৷

break lockdown at lakhimpur assam etv bharat news
লক্​ ডাউন ভংগ
author img

By

Published : May 12, 2020, 6:45 PM IST

লখিমপুৰ,12 মে’: লক্​ ডাউন ভংগ কৰি ৰাজপথলৈ ওলাই আহিল লখিমপুৰবাসী ৷ ৰাজ্য়ত কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সংখ্য়া 64 লৈ বৃদ্ধি পোৱা স্বত্বেও কাণসাৰ নাই জিলাখনৰ অধিকাংশ লোকৰ ৷ চৰকাৰে লক্​ ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা গ্ৰহণ কৰাৰ লগে লগে পূৰ্বৰ ব্যস্ততা অব্যাহত ৰাখি ৰাজপথলৈ ওলাই আহে ৰাইজ । লগতে কৰ’ণা সংক্ৰমণৰ বাবে জাৰি কৰা সামাজিক দূৰত্বৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ অমান্য় কৰে লখিমপুৰবাসীয়ে ৷ জিলা প্ৰশাসনে বান্ধি দিয়া সকলো নিয়ম ক্ৰমান্বয়ে অসাৰত পৰিণত হৈছে চহৰখনত ।

লক্​ ডাউন ভংগ

লগতে চাওকঃ পুনৰ বৃদ্ধি পাব নেকি লক্ ডাউনৰ সময় !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.