ETV Bharat / state

নাওবৈচাত বিজেপিৰ গছপুলি বিতৰণ কাৰ্যসূচী - নাওবৈচা মণ্ডল বিজেপি

আগন্তুক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নাওবৈচা মণ্ডল বিজেপিৰ উদ্যোগত পহুমৰা জাতীয় বিদ্যালয়ত গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি ৷

bjp-distribute-tree-plants-at-nowboicha
নাওবৈচাত বিজেপিৰ গছপুলি বিতৰণ কাৰ্যসূচী
author img

By

Published : Jun 3, 2020, 7:39 PM IST

নাওবৈচা, ৩জুনঃ প্ৰকৃতি থাকিলেহে মানুহ থাকিব ৷ এই লক্ষ্য আগত ৰাখি নাওবৈচা মণ্ডল বিজেপিয়ে মণ্ডলৰ অধীনষ্ঠ ১১৯ খন বুথ সমিতিৰ এলেকাত বিশ্ব পৰিৱেশ দিৱসৰ দিনা কমেও দহটাকৈ গছপুলি ৰোপণৰ লগতে জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰে । এই উপলক্ষে বুধবাৰে নাওবৈচাৰ পহুমৰা জাতীয় বিদ্যালয়ৰ প্ৰাংগণত সমূহীয়া গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

নাওবৈচাত বিজেপিৰ গছপুলি বিতৰণ কাৰ্যসূচী

নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱে আঁত ধৰা কাৰ্যসূচীত ৰামপুৰ খণ্ড বন কাৰ্যালয়ৰ বিষয়া বনামালি নৰহে বিজেপিৰ লখিমপুৰ অবিচি মৰ্চাৰ সভাপতি ডিচেম্বৰ গগৈৰ হাতত এটি গছপুলি অৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। My Govt assam ৰ তত্বাৱধায়ক মিঠুৰঞ্জন দাসৰ লগতে নাওবৈচা মণ্ডল বিজেপি সমিতিৰ উপ সভাপতি ৰাজু মাহাতো,সাধাৰণ সম্পাদক তেজেন বৰা,সম্পাদক নিৰণ নেওগ,লখিমপুৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক গৌৰৱ তালুকদাৰে অনুষ্ঠানটোত পূৰ্ণ সহযোগিতা আগবঢ়ায়।

লগতে পঢ়কঃনলবাৰী জিলা ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে কৰ'ণা যোদ্ধাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.