ETV Bharat / state

লখিমপুৰত বজৰংগ দল-হিন্দু পৰিষদৰ অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

এন আৰ চিৰ বিৰোধিতাৰে 6 ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আহব্বান কৰিছিল 12 ঘন্টীয়া অসমবন্ধৰ ৷

লখিমপুৰত বজৰংগ দল-হিন্দু পৰিষদৰ অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ
author img

By

Published : Sep 6, 2019, 11:51 AM IST

লখিমপুৰ, 6 ছেপ্তেম্বৰ:

  • ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰ ১২ ঘণ্টীয়া অসম বন্ধত স্তব্ধ লখিমপুৰৰ স্বাভাৱিক জীৱন যাত্ৰা
  • জিলাখনত বন্ধৰ মিশ্ৰিত প্ৰভাৱ
  • লখিমপুৰ চহৰৰ মাজ-মজিয়াত বন্ধ সমৰ্থকৰ টায়াৰ জ্বলাই প্ৰতিবাদ
  • 1951 চনক এন আৰ চিৰ ভিত্তিবৰ্ষ কৰি হিন্দু শৰণাৰ্থীৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ দাবী
  • বন্ধ আছে সকলো দোকান বজাৰ
  • যান বাহনৰ চলাচলো সীমিত
    লখিমপুৰত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

Intro:ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰ ১২ ঘণ্টিয়া অসম বন্ধত স্তব্ধ লখিমপুৰ ৰ স্বাভাৱিক জীৱন যাত্ৰা।

Body:মিশ্ৰিত প্ৰভাৱ পৰিছে জিলাখনত। বন্ধ আছে সকলো দোকান বজাৰ। বন্ধ যান বাহনৰ চলাচল।

Conclusion:নগৰ খনৰ মাজ মজিয়াত টায়াৰ জ্বলাই NRC ভিত্তিবৰ্ষ ১৯৫১ চন কৰাৰ লগতে শৰণাৰ্থী হিন্দুসকলৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ দাবী তোলে বন্ধ সমৰ্থক সকলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.