ETV Bharat / state

বিজেপি সভাপতিৰ বাহনত অগ্নিসংযোগঃ গ্ৰেপ্তাৰ 1 - ARUNACHAL

ইটানগৰ আৰক্ষী আৰু বিহপুৰীয়া আৰক্ষীৰ যৌথ অভিযানত দেওবাৰে গ্ৰেপ্তাৰ হ'ল অৰুণাচল বিজেপিৰ সভাপতি তাপিৰ গাওৰ বাসগৃহৰ সন্মুখত কুকুৰ কটা আৰু গাড়ী জ্বলোৱা ঘটনাৰ মূল অভিযুক্ত টঙাম জহম ।

ইটানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ গাড়ী জ্বলাই দিয়া মুল অভিযুক্তক
author img

By

Published : Jun 2, 2019, 10:02 PM IST

লখিমপুৰ, ২ জুনঃ অৰুণাচল বিজেপিৰ সভাপতি তাপিৰ গাওৰ বাসগৃহৰ সন্মুখত কুকুৰ কটা আৰু গাড়ী জ্বলাই দিয়া ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ । ধৃত অভিযুক্ত জনৰ নাম টঙাম জহম । ইটানগৰ আৰক্ষী আৰু বিহপুৰীয়া আৰক্ষীৰ যৌথ অভিযানত দেওবাৰে বিহপুৰীয়াৰ কাচিকটাৰ বাগান পাৰাৰ চফিকুল ইচলামৰ ঘৰৰ পৰা পৰা গ্ৰেপ্তাৰ কৰা হয় মূল অভিযুক্তক । উল্লেখ্য যে, 31 মে’ৰ পুৱা তাপিৰ গাওৰ বাসগৃহৰ সমুখত কুকুৰ কটাৰ লগতে অভিযুক্তই জ্বলাই দিছিল এখন বাহন । ইতিমধ্যে ধৃত জহমক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইটানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ গাড়ী জ্বলাই দিয়া মুল অভিযুক্তক

লগতে আন এটা বাতৰি- সোণা উল্লাহ বিতৰ্কঃ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

NLP ONE ARREST

অৰুণচল বিজেপিৰ সভাপতি তাপিৰ গাওৰ বাসগৃহৰ সমুখত কুকুৰ কটা আৰু গাড়ী জ্বলাই দিয়া ঘটনা জড়িত মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ইটানগৰ আৰক্ষীয়ে। বিহপুৰীয়া আৰক্ষীৰ সহযোগত ইটানগৰ আৰক্ষীয়ে বিহপুৰীয়াৰ কাচিকটাৰ বাগান পাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে মুল অভিযুক্ত টঙাম জহমক। ইটানগৰত বসবাস কৰা বাগানপাৰাৰ চফিকুল ইচলামৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে টেঙাম জহমক।
31 মেৰ পুৱা তাপিৰ গাওৰ বাসগৃহৰ সমুখত কুকুৰ কটাৰ লগতে অভিযুক্তই জ্বলাই দিছিল গাড়ী। সমগ্ৰ দৃশ্য বন্দী হৈছিল cc tv ত।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.