ETV Bharat / state

মডেলিং জগতত সফলতাৰে বাট বুলিছে লখিমপুৰৰ কণমানি আৰণ্যকে - আৰণ্যক সাহালৈ কীডছ এছিভাৰ এৱাৰ্ড

লখিমপুৰৰ চিনাতলীয়া গাঁৱৰ আৰণ্যক সাহাই পঢ়া-শুনাৰ সমান্তৰালকৈ মডেলিং জগতত খোজ দি বহু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে (Aranyak Saha from Lakhimpur in modelling ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে ওচৰ-চুবুৰীয়া ৷

modeling
কণমানি আৰণ্যক
author img

By

Published : Apr 26, 2022, 11:41 AM IST

লখিমপুৰ, 26 এপ্ৰিল : লখিমপুৰ চিনাতলীয়া গাঁও নিবাসী আৰণ্যক সাহাক লৈ এতিয়া গৌৰাৱান্বিত লখিমপুৰৰ ৰাইজ ৷

modeling
আৰণ্যক সাহা

কণমানি আৰণ্যকে পঢ়া-শুনাৰ সমান্তৰালকৈ কৰি গৈছে মডেলিং (Aranyak Saha from Lakhimpur in modelling) ৷ সফলতায়ো লগ দিছে কণমানি আৰণ্যকক ৷ মডেলিঙৰ ক্ষেত্ৰখনত খোজ দি এতিয়ালৈকে কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আৰণ্যক সাহাই ৷

modeling
আৰণ্যক সাহা

লখিমপুৰৰ ভেলী ভিউ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰণ্যক সাহা ৷ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰণ্যক (Lakhimpur child in modelling) ৷

মডেলিং জগতত সফলতাৰে বাট বুলিছে লখিমপুৰৰ কণমানি আৰণ্যকে

এফেনেক্স ইণ্ডিয়াৰ অনলাইন ফটো প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰণ্যক সাহা ৷ তাৰ পিছতেই কীডছ এছিভাৰ এৱাৰ্ড প্ৰদান কৰিবলৈ আৰণ্যকক মুম্বাইলৈ নিমন্ত্ৰণ কৰা হয় ৷

modeling
আৰণ্যক সাহা

শেহতীয়াকৈ স্পাকৰ্ছে কণমানি আৰণ্যকক কীডছ্ বেষ্ট মডেল অৱ দ্য ইয়েৰৰ সন্মান যাচে (Lakhimpur child achievement in modelling) ৷

modeling
আৰণ্যক সাহা

তেনেই কম বয়সতে সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা আৰণ্যকক লৈ গৌৰাৱান্বিত পিতৃ-মাতৃ ৷ পৰিয়ালটোয়ে বাস কৰা অঞ্চলবাসীও উৎফুল্লিত হৈ পৰিছে ছাত্ৰজনৰ এনে সফলতাত ৷

modeling
আৰণ্যক সাহা

লগতে পঢ়ক: গুলপীয়া ৰঙৰ ড্ৰেছত ৰাকুলৰ আকৰ্ষণীয় ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.