ETV Bharat / state

লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - student union

হাৰমতী ৰে'ল ষ্টেচনত ৰেল অৱৰোধ ছাত্ৰ সংগঠনটোৰ

লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰেল অৱৰোধ
author img

By

Published : Feb 7, 2019, 4:05 PM IST

লখিমপুৰ,৭ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে হাৰমতীত ৰে'ল অৱৰোধ কৰে ।

লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰেল অৱৰোধ
হাৰমতী ৰে'ল ষ্টেচনত ৰে'ল অবৰোধ কৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে। ছাত্ৰ সংগঠনটোৰ দাবী
undefined
- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ লগতে পূৰ্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰক চৰকাৰে।

Intro:লখিমপুৰৰ হাৰমতিত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৷
Body: সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ। জে ৱাই চি পিৰ নেতৃত্বত বৃহস্পতিবাৰে অবৰোধ কৰা হল ৰেল।হাৰমতীত ৰেল অবৰোধ কৰি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ। ছাত্ৰ সংগঠনটোৰ দাবী
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ লগতে পূৰ্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰক চৰকাৰে।
Conclusion:AJYCP ৰ প্ৰতিবাদত বহু সময় ধৰি আবদ্ধ হৈ পৰে কামাখ্যা -মুকংচেলেং পেচেঞ্জাৰ এক্সপ্ৰেছ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.