ETV Bharat / state

লখিমপুৰত দুৰ্ঘটনাত কণমানিৰ মৃত্যু

author img

By

Published : Apr 22, 2019, 7:39 PM IST

লখিমপুৰৰ তিনঠেঙীয়াত সোমবাৰে এক পথ দুৰ্ঘটনাত এটি 4 বছৰীয়া শিশুৰ থিতাতে মৃত্যু হয় ৷ পথ পাৰ হ’বলৈ চেষ্টা কৰোঁতেই এখন পিক আপ ভানৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ ৷

LAKHIMPUR ACCIDENT

লখিমপুৰ, 22 এপ্ৰিল: সোমবাৰে লখিমপুৰৰ তিনঠেঙীয়াত এক পথ দুৰ্ঘটনাত এটি 4 বছৰীয়া শিশুৰ থিতাতে মৃত্যু হয় ৷ পথ পাৰ হ’বলৈ চেষ্টা কৰোতেই এখন পিক আপ ভানৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ ৷

LAKHIMPUR ACCIDENT

উক্ত ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত ৰাইজে এএছ 07 এচি 5490 নম্বৰৰ ভানখনৰ ক্ষতি কৰাৰ চেষ্টা কৰে যদিও পাছত বঙালমৰা আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ৷

লখিমপুৰৰ তিনঠেঙীয়াত ভয়ঙ্কৰ দুৰ্ঘটনা ৷ পথ পাৰ হ’বলৈ লওতেই  পিক আপ ভান(AS07AC5490)ৰ খুন্দাত চিতিকি পৰে ৪বছৰীয়া কনমানি শিশু ৷
 আৰু ঘটনাস্থলিতেই মৃত্যু হয় কনমানি শিশুটিৰ ৷
  উক্ত ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে পিক আপ ভানখন ক্ষতি কৰাৰ চেষ্টা ৷
 বঙালমৰা আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ ৷
         
Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.