ETV Bharat / state

লখিমপুৰ জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Jul 30, 2019, 11:47 AM IST

জিলাখনৰ নাৰায়ণপুৰৰ তামজুলিত নিশা হাতীয়ে ভাঙিলে বাসগৃহ । অৰুণাচলৰ পৰা নামি আহিছিল বন্যহস্তীৰ জাকটো ।

লখিমপুৰ জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

বিহপুৰীয়া, ৩০ জুলাই : লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত কমা নাই বন্যহস্তীৰ উপদ্ৰৱ । শনিবাৰে নিশা এটা হাতীৰ জাকে নাৰায়ণপুৰৰ তামজুলি অঞ্চলত উপদ্ৰৱ চলাই ধ্বংস কৰে বাবা দুৱৰা নামৰ এজন ব্যক্তিৰ বাসগৃহ । ঘটনা অনুসৰি বনৰীয়া হাতীৰ জাকটোৱে বাবা দুৱৰাৰ ঘৰ ধ্বংস কৰাৰ উপৰিও সকলো আচ-বাব ধ্বংস কৰাৰ লগতে ধান-চাউলকে আদি কৰি খাদ্য সামগ্ৰী খাই অনিষ্ট কৰে । সৌভাগ্যক্ৰমে সেই সময়ত তেঁওৰ পত্নী-সন্তান ঘৰত উপস্থিত নাছিল । অৱশেষত পুৱতি নিশালৈ গাঁৱৰ ৰাইজে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয় ।

Intro:নাৰায়ণপুৰৰ তামজুলিত নিশা বন্যহস্তীৰ উপদ্ৰৱ ৷ বনৰীয়া হাতীয়ে এটা জাকে লণ্ড-ভণ্ড কৰে বাবা দুৱৰা নামৰ এজনৰ ঘৰ ৷ অৰুণাচল পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে সীমান্তৱৰ্তী অঞ্চলটোত উপদ্ৰৱ চলাই বাবা দুৱৰাৰ ঘৰ ধ্বংস কৰে ৷ ব্যক্তিজনৰ ঘৰৰ সকলো আচবাব ধ্বংস কৰাৰ লগতে ধান-চাউলকে আদি কৰি খাদ্য সামগ্ৰী খাই অনিষ্ট কৰে ৷ সৌভাগ্যক্ৰমে বাবা দুৱৰা উক্ত সময়ত ঘৰত নাছিল আৰু সন্তানসহ পত্নী পিতৃগৃহলৈ গৈছিল ৷ পুৱতি নিশালৈ গাঁৱৰ ৰাইজে হাতীৰ জাকটো খেদি পথিয়াবলৈ সক্ষম হয় ৷Body:নাৰায়ণপুৰৰ তামজুলিত নিশা বন্যহস্তীৰ উপদ্ৰৱ ৷ বনৰীয়া হাতীয়ে এটা জাকে লণ্ড-ভণ্ড কৰে বাবা দুৱৰা নামৰ এজনৰ ঘৰ ৷ অৰুণাচল পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে সীমান্তৱৰ্তী অঞ্চলটোত উপদ্ৰৱ চলাই বাবা দুৱৰাৰ ঘৰ ধ্বংস কৰে ৷ ব্যক্তিজনৰ ঘৰৰ সকলো আচবাব ধ্বংস কৰাৰ লগতে ধান-চাউলকে আদি কৰি খাদ্য সামগ্ৰী খাই অনিষ্ট কৰে ৷ সৌভাগ্যক্ৰমে বাবা দুৱৰা উক্ত সময়ত ঘৰত নাছিল আৰু সন্তানসহ পত্নী পিতৃগৃহলৈ গৈছিল ৷ পুৱতি নিশালৈ গাঁৱৰ ৰাইজে হাতীৰ জাকটো খেদি পথিয়াবলৈ সক্ষম হয় ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.