ETV Bharat / state

পিতৃৰ কৰ্মৰাজিৰে উপাৰ্জন পথ বিচাৰি তিনি ভগ্নী! - নাৰায়ণপুৰ

নৈৰ পাৰৰ শুভ্ৰ কহুৱা,তল সৰা শেৱালিৰ সুবাসত ধৰালৈ নামিছে শৰৎ ৷ শৰৎ মানেই যেন পূজাৰ বতৰ। শাৰদীয় দুৰ্গোৎৱলৈ মাজত মাত্ৰ এটা সপ্তাহ । ব্যস্ততা বাঢ়িছে মৃৎ শিল্পৰ লগত জড়িত লোকসকলৰ ।

পিতৃৰ কৰ্মৰাজিৰে উপাৰ্জন পথ বিচাৰি তিনি ভগ্নী!
author img

By

Published : Sep 28, 2019, 7:41 PM IST

লখিমপুৰ, 28 ছেপ্টেম্বৰঃ শাৰদীয় পূজাৰ বতৰত এতিয়া ব্যস্ততা চাৰিওফালে। দুৰ্গতি নাশিনী দেৱী দূৰ্গাক আদৰিবলৈ ব্যস্ততা সৰ্বত্ৰে । লখিমপুৰৰ তিনি ভগ্নীও এতিয়া ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণ কাৰ্যত। লখিমপুৰৰ বিহপুৰীয়াৰ তিনি গৰাকীৰ ভগ্নীৰ হাতৰ পৰশত প্ৰাণ পাইছে দেৱী দূর্গাৰ মৃন্ময় মূৰ্তিয়ে। শিল্প কৰ্মৰে জ্যেষ্ঠ ভাতৃৰে মিলি চলাইছে ঘৰ। পূজালৈ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে দেৱী দূৰ্গাৰ 17 খনকৈ মৃন্ময় মূৰ্তি ।

পিতৃৰ কৰ্মৰাজিৰে উপাৰ্জন পথ বিচাৰি তিনি ভগ্নী!

সংগীতা,সাধনা,অঞ্জনা পালে নামৰ এই তিনি গৰাকী ভগ্নীয়ে প্ৰস্তুত কৰি তোলা মা দূৰ্গাৰ মূৰ্তি পূজা কৰা হ'ব বিহপুৰীয়া নাৰায়ণপুৰকে আদি কৰি বিভিন্ন স্থানৰ পূজা মণ্ডপত । পিতৃৰ কৰ্মৰাজিক নিজৰ উপাৰ্জনৰ পথ কৰি লৈ তিনি ভগ্নী এতিয়া বিহপুৰীয়াবাসীৰ বাবে হৈ পৰিছে আদৰ্শ ।

Intro:নৈৰ পাৰৰ শুভ্ৰ কহুৱা, তল সৰা শেৱালি ৰ শুবাসত ধৰালৈ নামিছে শৰত শৰত মানেই যেন পূজাৰ বতৰ। শাৰদীয় দুৰ্গোৎৱলৈ মাজত মাত্ৰ এটা সপ্তাহ। ব্যস্ততা বাঢ়িছে মৃৎ শিল্পৰ লগত জড়িত সকলৰ।

Body:শাৰদীয় পুজাৰ বতৰত এতিয়া ব্যস্ততা চাৰিওফালে । দুৰ্গতী নাশিনি দেৱী দূৰ্গাক আদৰিবলৈ সকলোলে ব্যস্ততা। কিন্তু আমি আদি দেখুৱাইছো লখিমপুৰ ৰ এই তিনি ভগ্নী ক। লখিমপুৰ ৰ বিহপুৰীয়া ৰ তিনি শিল্পী ভগ্নী ৰ ব্যস্ততা কোনো গুনে কম নহয়। কাৰণ তিনি ভগ্নীৰ হাতৰ পৰসত প্ৰাণ পাইছে দেৱী দূর্গাৰ মৃন্ময় মূৰ্তি য়ে। শিল্প কৰ্মৰে জেষ্ট ভাতৃৰে মিলি চলাইছে ঘৰ। এইবাৰ পুজালৈ প্ৰায় সম্পুৰ্ণ কৰি তুলিছে দেবী দূগাৰ ১৭ খন মৃন্ময় মূৰ্তি।
বাইট:

সংগীতা, সাধনা, অঞ্জনা পালে প্ৰস্তুত কৰি তোলা মা দূৰ্গা ৰ প্ৰতিমা পূজা কৰা হব বিহপুৰীয়া নাৰায়ণপুৰ, আদি বিভিন্ন স্থানৰ পুজা মন্দপত। পূজা আহিলেই এওলোকৰ মন আনন্দিত হয় কাৰণ বহু পূজা সমিতিৰ পৰা এওলোকে পাই দেবী দূগাৰ মূৰ্তি নিৰ্মানৰ অনুৰোধ।
বাইট:

Conclusion:পিতৃৰ কৰ্মৰাজিক নিজৰ উপাৰ্জনৰ পথ কৰি লৈ তিধি ভগ্নী এতিয়া লখিমপুৰ ৰ সকলোৰে বাবে আদৰ্শ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.