ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰত অৱতীৰ্ণ ১৭৪০০ গৰাকী পৰীক্ষাৰ্থী - হাইমাদ্ৰাছা পৰীক্ষা

জিলা খনৰ মুঠ ৬০ টা কেন্দ্ৰত অনুস্থিত হৈছে পৰীক্ষা

etv bharat
author img

By

Published : Feb 14, 2019, 10:54 AM IST

লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাইমাদ্ৰাছা পৰীক্ষা। চলিত বৰ্ষত সৰ্বমুঠ ৮৫৭ টা কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩৫২১৪৩ জন পৰীক্ষাৰ্থী।

lakhimpur
হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাইমাদ্ৰাছা পৰীক্ষাত লখিমপুৰ জিলাত অৱতীৰ্ণ হৈছে ১৭৪০০ জন পৰীক্ষাৰ্থী। জিলা খনৰ মুঠ ৬০ টা কেন্দ্ৰত অনুস্থিত হৈছে পৰীক্ষা। ছেবাৰ সকলো নিৰ্দেশনা মানি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ব্যৱস্থা কৰা হৈছে CCTV কেমেৰা। পৰীক্ষাৰ সময়ছোৱাত জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে জিলা প্ৰশাসনে।
undefined

আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লখিমপুৰ জিলাত মুঠ পৰীক্ষাৰ্থী ১৭৪০০ গৰাকী। জিলা খনৰ মুঠ ৬০ টা কেন্দ্ৰত অনুস্থিত হৈছে পৰীক্ষা। ছেবাৰ সকলো নিৰ্দেশনা মানি প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ব্যৱস্থা কৰা হৈছে CCTV কেমেৰা। ৬০ টা কেন্দ্ৰৰ কেইবাটাও স্পৰ্শকাতৰ হিছাপে চিনাক্ত কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে জিলা প্ৰশাসনে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.