ETV Bharat / state

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ ইউ পি পি এলৰ, কিন্তু কিয়? - GUWHATI

ইউ পি পি এলৰ সভাপতি অৰ্থাৎ প্ৰাক্তন এবছুৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত পাঁচজন সজাতি দল এটাই বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মঙ্গলবাৰে সাক্ষাৎকাৰ কৰে। অতিশীঘ্ৰে চুক্তিখন ৰূপায়ণ কৰিবলৈ দাবী জনাই সংগঠন কেইটাই ।

UPPL demands proper implemenet BTR act
UPPL demands proper implemenet BTR act
author img

By

Published : Jun 10, 2020, 3:38 PM IST

কোকৰাঝাৰ, 10 জুন : ইউ পি পি এলৰ সভাপতি অৰ্থাৎ প্ৰাক্তন এবছুৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত পাঁচজন সজাতি দল এটাই বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মঙলবাৰে সাক্ষাৎকাৰ কৰে।

UPPL demands proper implemenet BTR act
বিটিআৰ চুক্তিৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ ইউ পি পি এলৰ
এন ডি এফ বি নেতা আৰু কেডাৰ সকলৰ বিৰুদ্ধে থকা গোচৰ সমূহ প্ৰত্যাহাৰ কৰা আৰু বিটিআৰ চুক্তি মৰ্মে তেওঁলোকক সংস্থাপন দিয়া আদিক গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে চুক্তিখন ৰূপায়ণ কৰিবলৈ দাবী তুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰদান কৰে ।

উক্ত সাক্ষাৎকাৰী দলটোত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দ্বীপেন বড়ো আৰু লোৰেন্স ইছলাৰী,এনডিএফবি (পি)ৰ প্ৰাক্তন সভাপতি গোবিন্দ বসুমতাৰী,এনডিঅফবি (এছ)ৰ সাধাৰণ সম্পাদক বিআৰ ফেৰেংগায়ে অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে,যোৱা ২৭ জানুৱাৰী দিনা তিনিটা গোট এনডিঅফবি,এবছু,আৰু ইউবিপিঅ দলৰ নেতৃত্বত আৰু কেন্দ্ৰীয়,ৰাজ্য চৰকাৰৰ সৈতে তৃতীয়টো বড়ো শান্তি চুক্তি হৈছিল। কিন্তু আজি চাৰি মাহ হোৱাৰ পিছতো চুক্তিৰ এটাও দফা কাৰ্যকৰী নকৰাৰ অভিযোগ সংগঠন কেইটাৰ ।

লগতে পঢ়ক : বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.