ETV Bharat / state

কোকৰাঝাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে নিহত হয় দুজন লোক

কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Mar 14, 2019, 12:42 PM IST

কোকৰাঝাৰ , 14 মাৰ্চ : কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাইকে ফ্লাই অভাৰৰ দিভাইডাৰত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় দুজন লোকৰ ।

কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

তথ্য অনুসৰি এখন বাইকত৩ জন যুৱকে কোকৰাঝাৰ গুৰুফেলাত বিয়া খাবলৈ গৈছিল । তেনে সময়তে এ এছ-১৯এম-১২৯৩ নম্বৰৰ বাইক খনে চেৰফাংগুৰি ফ্লাই অভাৰৰ দিভাইডাৰত খুন্দা মৰাৰ ফলত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে ১ জন লোক গুৰুতৰ ভাৱে আহত হয় । নিহত লোক কেইজন ক্ৰমে পাৰমেশ্বৰ ৰায় আৰু বিশ্বজিত বৰ্মন । আনহাতে গুৰুতৰ ভাৱে আহত দীপক বৰ্মনক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Intro:কোকৰাঝাৰ ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন।

কোকৰাঝাৰৰ চেৰফাংগুৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপদ ত যোৱা মাছ নিশা ১১মান বজাত এক ভয়ংকৰ পথ দুজন লগ থিঠাতে নিহত হোৱা লগতে আন এজন অতি গুৰুত্ব ভাবে আহত হয়।

Body:চিডলি কাশিকতৰাৰ নিবাসী পাৰমেশ্বৰ ৰায় (১৬), বিশ্বজিত বৰ্মন( ১৬) থিতাতে মৃত্যু হয়। আন এজন দীপক বৰ্মন অতি সংকট অৱস্থাত কোকৰাঝাৰ আৰ এন বি চিভিল হস্পিতাল ত ভৰ্তি কৰোৱা হয়।

Conclusion:জানিব পৰা মতে তিনিজনো কোকৰাঝাৰ গুৰুফেলা ত বিয়া খাবলৈ একে খন বাইক এ এছ-১৯এম-১২৯৩ সৈতে বিয়া খাবলৈ গৈ আছিল। যাৰ ফলত চেৰফাংগুৰি ফ্লাই অভাৰৰ দ্বিভাইডাৰত খুন্দা মাৰে আৰু দুৰ্ঘটনাত পতিটো হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.