- ত্ৰিপুৰাৰ কৈলাচহৰত উদ্ধাৰ বোমা
- উদ্ধাৰ হোৱা বোমাৰ লগত দুৰ্বৃত্তই থৈ গ'ল এখন চিঠি
- ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল
- বৰ্তমান কাম চলিছে বোমা নিক্ৰিয় কৰণৰ
- বোমা উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ আতংক ৰাইজৰ
- উদ্ধাৰ হোৱা চিঠিখনত আছে এজন বিজেপিৰ বিধায়কৰ নাম
- ঘটনাৰ লগত কোন জৰিত সেয়া জানিব পৰা হোৱা নাই
- আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
ত্ৰিপুৰাৰ কৈলাচহৰত উদ্ধাৰ বোমা - আৰক্ষী
ত্ৰিপুৰাৰ কৈলাচহৰত উদ্ধাৰ হয় বোমাৰ লগতে এখন চিঠি, ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল
ত্ৰিপুৰাৰ কৈলাচহৰত উদ্ধাৰ বোমা
- ত্ৰিপুৰাৰ কৈলাচহৰত উদ্ধাৰ বোমা
- উদ্ধাৰ হোৱা বোমাৰ লগত দুৰ্বৃত্তই থৈ গ'ল এখন চিঠি
- ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল
- বৰ্তমান কাম চলিছে বোমা নিক্ৰিয় কৰণৰ
- বোমা উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ আতংক ৰাইজৰ
- উদ্ধাৰ হোৱা চিঠিখনত আছে এজন বিজেপিৰ বিধায়কৰ নাম
- ঘটনাৰ লগত কোন জৰিত সেয়া জানিব পৰা হোৱা নাই
- আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
Intro:Body:Slug.Tripura rescue bomb.
পঞ্চায়েত নিৰ্বাচনৰ প্রকমুহূৰ্তত ত্ৰিপুৰাৰ কৈলাচহৰত উদ্ধাৰ বোমা।
লগতে উদ্ধাৰৰ হাতেৰে লিখা এখন চিঠি।উদ্ধাৰ গ্লাবছ, ইঞ্জেকচন,চিৰিঞ্জ।ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লগতে বোমা বিশেষজ্ঞ টিম।বোমা নিক্ৰিয় কৰাৰ কাম চলিছে বৰ্তমান। বোমা উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ আতংক ৰাইজৰ।
কোনো ধৰনৰ নাশকতাৰ উদ্দেশ্য আছিল নিকী বা কোনো উগ্ৰপন্থী সংগঠন এই কাৰ্যত জড়িত আছে না নাই এয়া লৈ আৰক্ষীয়ে বৰ্তমান চলাইছে তদন্ত। ৰাজ্যেখনৰ আঠখন জিলা লৈ কিবা এটা ইংগিত দিয়া আছে চিঠিখনত।লিখা আছে বিজেপিৰ এজন বিধায়কৰ নামও।কোনোবাই ধেমালি কৰিছে নে সচাকৈ নাশকতাৰ উদ্দেশ্য আছে এয়া পোহৰলৈ অহানাই।Conclusion: