ETV Bharat / state

24 ঘন্টাত কোকৰাঝাৰত ক'ভিড-19ত আক্ৰান্ত 31 গৰাকী লোক

বুধাবাৰে কোকৰাঝাৰ জিলাত বিগত 24 ঘন্টাত পুনৰ আক্ৰান্ত হয় 31 গৰাকী লোক ৷ লগতে,এগৰাকী লোকৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ জিলাখনত 300 গৰাকী ব্যক্তি ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আনকি,ভ্ৰমণ ইতিহাস নথকা লোকৰ দেহতো ধৰা পৰিছে কৰ'ণা পজিটিভ ৷

TODAY 31 NEW CORONA POSITIVE CASES FOUND IN KOKRAJHAR
বিগত 24 ঘন্টাত কোকৰাঝাৰত ক'ভিড-19 ত আক্ৰান্ত 31 গৰাকী লোক
author img

By

Published : Jul 22, 2020, 9:08 PM IST

কোকৰাঝাৰ, 22 জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য় বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ সময়তে ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷

বুধাবাৰে কোকৰাঝাৰ জিলাত বিগত 24 ঘন্টাত পুনৰ আক্ৰান্ত হয় 31 গৰাকী লোক ৷ লগতে,এগৰাকী লোকৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াকে লৈ জিলাখনত 300 গৰাকী ব্যক্তি ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আনকি,ভ্ৰমণ ইতিহাস নথকা লোকৰ দেহতো ধৰা পৰিছে কৰ'ণা পজিটিভ ৷ যাৰ বাবে বৰ্তমান জিলাখনত আতংকৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে,প্ৰশাসনে গোসাঁইগাঁও পৌৰ সভা অঞ্চলক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

উল্লেখ্য যে,21 জুলাইৰ নিশা হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 26772 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 18033 গৰাকী ৷ বৰ্তমানেও চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 8672 গৰাকী আৰু অসমত মৃত্যু হোৱা লোকৰ সংখ্যা 64 গৰাকী ৷

লগতে পঢ়ক : ওদালগুৰি জিলাৰ দুটাকৈ স্থানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.