ETV Bharat / state

মৃত্যমুখত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ - কোকৰাঝাৰ

২৩ বছৰে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত শিক্ষক

মৃত্যমুখত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ
author img

By

Published : Mar 8, 2019, 3:24 PM IST

কোকৰাঝাৰ,৮ মাৰ্চ: ২৩ বছৰে চৰকাৰীকৰণ নহ'ল কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজৰ । 1996 চনতে বিটিচি’ৰ কোকৰাঝাৰ জিলাৰ সদৰ চহৰত স্থাপন হোৱা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানতে পৰিচালিত হৈ আহিছে ।

মৃত্যমুখত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ

এই ক্ষেত্ৰত, মহাবিদ্যালয়খনত দায়ৱদ্ধতাৰে বহু বছৰ কাৰ্যনিৰ্বাহ কৰি অহা শিক্ষকসকলে দৰমহা নোপোৱাত হতাশ হৈ পৰিছে বুলি মন্তব্য কৰে কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ’ৰ এসময়ৰ প্ৰৱক্তা লিনা দত্তই । আনহাতে,অসমৰ সাতামপুৰুষীয়া কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ এনেধৰণৰ প্ৰতিষ্ঠান জীয়াই থাকিব লাগিব বুলি কৈ এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত বিটিচি চৰকাৰেও বিশেষ গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় মহাবিদ্যালয়খনৰ উপাধ্যক্ষ বীৰেন্দ্ৰ মুছাহাৰীয়ে ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ দৰে এটা বিয়াগোম বিভাগ থকা স্বত্ত্বেও সংগীত আৰু কলা শিক্ষা প্ৰদান কৰি অহা মহাবিদ্যালয়খনৰ এনে অৱস্থা নিশ্চয়কৈ চিন্তনীয়৷

Intro:
মৃত্যু মুখত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট’ কলেজ,চৰকাৰ অৱহেলা কাৰণে আজিলোকে নহল চৰকাৰী।

কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট’ কলেজ’ৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত সম্প্ৰতি মহাবিদ্যালয় খন পৰিচালনা কৰাত সমস্যাৰ সন্মূখিন হৈছে পৰিচালনা সমিতি।

Body:১৯৯৬ চনত বিটিচি’ৰ কোকৰাঝাৰ জিলা সদৰ চহৰত স্থাপন কৰা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজ খন বিগত প্ৰায় ২৩ বছৰে চৰকাৰীকৰণৰ পৰা বঞ্চিত হৈ আছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্বাবোধানত পৰিচালিত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট’ কলেজ’ৰ ইতিমধ্যে সুদীৰ্ঘ দিন সংগীত বিষয়ৰ প্ৰৱক্তা হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰি অৱসৰ গ্ৰহণ কৰা লিনা দত্তই সংবাদ মাধ্যমৰ আগত মহাবিদ্যালয় খনত একনিষ্ঠ সেৱা আগবঢ়াই যোৱা শিক্ষক শিক্ষয়িত্ৰী হতাশ হৈ পৰিছে বুলি মত প্ৰকাশ কৰি কয়, দায়বদ্ধতাৰে বহু বছৰ কাৰ্য্য নিৰ্বাহ কৰি আহিছে যদিও দৰমহা নোপোৱাত পৰিয়াল পৰিচালনা কৰাৰ ক্ষেত্ৰটো বাধাৰ সন্মূখিন হবলগীয়া হৈছে ৷ এনেকী

Conclusion:অসম চৰকাৰৰ সংস্কৃতি পৰিক্ৰমা এটা বিয়াগম বিভাগ থকা স্বত্বেও সংগিত আৰু কলা শিক্ষা প্ৰদান কৰি অহা মহাবিদ্যালয় খনোআজি বিকাশৰ পৰা বহু দুৰত ৷ ৰাজ্যৰ দুখন মাত্ৰ সংগিত আৰু কলা মহাবিদ্যালয় হোৱাৰ বিপৰিতে যেনেদৰে উন্নত হব লাগিছিল তাৰ পৰিবৰ্তে সম্পূৰ্ণ উলতা ছবিহে দেখা যায় ৷ মহাবিদ্যালয় খনৰ ৩৯ গৰাকীকৈ ব্যক্তিয়ে বহু কষ্টৰে পৰিচালনা কৰি থকাৰ পিছোতো চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকিশ পাইছে ৷ মহাবিদ্যালয় খনৰ উপাধ্যক্ষ বিৰেন্দ্ৰ মূছাহাৰীয়ে কয়, অসমৰ কলা সংস্কৃতি সম্প্ৰতি বিলুপ্তি পথত ৷ অসমৰ সাতামপুৰুষীয়া কলা সংস্কৃতি জীয়াই ৰাখিব হ’লে এনে ধৰনৰ প্ৰতিষ্ঠান জীয়াই থাকিব লাগিব বুলি কয় এই ক্ষেত্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত বিটিচি চৰকাৰেও বিশেষ গুৰুত্ব দিয়াৰ বাবে আহ্বান জনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.