কোকৰাঝাৰ, 13 জুলাইঃ কোকৰাঝাৰ চহৰৰ ভবানীপুৰ গোবিন্দ মন্দিৰ প্ৰাংগণত চাৰি জুলাইৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰ দেৱীৰ ৰথযাত্ৰা মহোৎসৱৰ আজি সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্দিৰৰ প্ৰাংগণৰ পৰা কোডমতলা হৈ কোকৰাঝাৰ চহৰৰ মাজেদি এক বিশাল ৰথযাত্ৰা উলিওৱা হয় । মঙলবাৰে অন্তিম দিনৰ ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰি ৰথযাত্ৰা মহোৎসৱৰ ওপৰত বাখ্যা আগবঢ়াই বিশিষ্ট সমাজ কৰ্মী অৰূপ কুমাৰ দেই ।
ৰথযাত্ৰা মহোৎসৱৰ সামৰণি - ৰথযাত্ৰা
কোকৰাঝাৰ চহৰৰ ভবানীপুৰ গোবিন্দ মন্দিৰ প্ৰাংগণত চাৰি জুলাইৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰ দেৱীৰ ৰথযাত্ৰাৰ মহোৎসৱৰ শুকুৰবাৰে সামৰণি পৰে
ৰথযাত্ৰা মহোৎসৱৰ সামৰণি
কোকৰাঝাৰ, 13 জুলাইঃ কোকৰাঝাৰ চহৰৰ ভবানীপুৰ গোবিন্দ মন্দিৰ প্ৰাংগণত চাৰি জুলাইৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰ দেৱীৰ ৰথযাত্ৰা মহোৎসৱৰ আজি সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্দিৰৰ প্ৰাংগণৰ পৰা কোডমতলা হৈ কোকৰাঝাৰ চহৰৰ মাজেদি এক বিশাল ৰথযাত্ৰা উলিওৱা হয় । মঙলবাৰে অন্তিম দিনৰ ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰি ৰথযাত্ৰা মহোৎসৱৰ ওপৰত বাখ্যা আগবঢ়াই বিশিষ্ট সমাজ কৰ্মী অৰূপ কুমাৰ দেই ।
Intro:কোকৰাঝাৰত শ্ৰী শ্ৰী জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰ দেৱীৰ ৰথযাত্ৰাৰ সামৰণি।
বিটিএদিৰ সদৰ কোকৰাঝাৰ চহৰৰ ভবাণিপুৰ গোবিন্দ মন্দিৰ প্ৰাংগণত যোৱা চাৰি জুলাইৰ পৰা নদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰ দেৱীৰ ৰথযাত্ৰাৰ মহৎসভ আজি সামৰণি পৰে।
Body:আজিৰ অন্তিম দিনৰ কাৰ্যকসূচী অনুসৰি মন্দিৰ প্ৰাংগণৰ পৰা কোডমতলা হৈ সহস্ৰাধিক ভক্তৰ উপস্থিত জে. ডি. পথ, শান্তিনগৰ , সুভাষপুলি হৈ কোকৰাঝাৰ চহৰৰ মাজেদি এক বিশাল ৰথযাত্ৰা উলিয়াই। আজি অন্তিম দিনৰ ৰথযাত্ৰাৰ মংগলিক অনুষ্ঠান আৰু মংগল উৰুলিৰ মাজত শুভ উদ্যাধন কৰি বিশিষ্ঠ সমাজ কৰ্মী অৰূপ কুমাৰ দেই ৰথযাত্ৰা মহোৎসৱৰ ওপৰত বাখ্যা আগবঢ়াই।
Conclusion:উল্লেখ্য যে ৰাধগোবিন্দ মন্দিৰৰ উপৰিও কোকৰাঝাৰ কালিমন্দিৰ প্ৰাংগণত চলিথকা ৰথযাত্ৰা মহোৎসৱৰো আজি সামৰণি পৰে।