- ছেৰফাংগুৰি গুলীচালনা ঘটনাৰ নতুন মোৰ(Serfanguri firing incident)
- আকৌ ধন দাবী ছেৰফাংগুৰিৰ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক
- ধন দাবীত সাঙোৰ খাইছে নিষিদ্ধ ঘোষিত সংগঠন কে এল অ'ৰ নাম
- ধন দাবীত জৰিত দুজন কে এল অ'ৰ লিংকমেনক আটক
- আৰক্ষীয়ে আটক কৰিছে বিষ্ণু ৰায় আৰু তাপস ৰায়ক
- দুয়োৰে ঘৰ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি নাৰাবাৰীত