ETV Bharat / state

BTR ৰ চুক্তি প্ৰসংগত প্ৰাক্তন NDFB (S) ৰ সভাপতি বি. চাওঁৰায়গ্ৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 26, 2020, 9:51 PM IST

BTR চুক্তিৰ স্বাক্ষৰকাৰী অৰ্থাৎ প্ৰাক্তন NDFB (S) ৰ সভাপতি বি. চাওঁৰায়গ্ৰাৰ প্ৰতিক্ৰিয়া ৷ শান্তি চুক্তিৰ ওপৰত আক্ষেপৰ কথা স্পষ্ট কৰিলে বি. চাওঁৰায়গ্ৰায়ে ৷

Reaction on BTR Act Former NDFB Presedent
BTR ৰ চুক্তি প্ৰসংগত প্ৰাক্তন NDFB (S) ৰ সভাপতি বি. চাওঁৰায়গ্ৰাৰ প্ৰতিক্ৰিয়া

কোকৰাঝাৰ, 26 আগষ্ট : প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পিছত BTR চুক্তিৰ স্বাক্ষৰকাৰী অৰ্থাৎ প্ৰাক্তন NDFB (S) ৰ সভাপতি বি. চাওঁৰায়গ্ৰাৰ প্ৰতিক্ৰিয়া ৷ শান্তি চুক্তিৰ ওপৰত আক্ষেপৰ কথা স্পষ্ট কৰিলে বি. চাওঁৰায়গ্ৰায়ে ৷ বুধবাৰে কোকৰাঝাৰত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰিছে প্ৰাক্তন এন ডি এফ নেতাগৰাকীয়ে ৷

আনহাতে, এন ডি এফ বি গৰাকীয়ে কয় যে, যথেষ্ট কম সময়ৰ ভিতৰত BTR চুক্তি ভাল নহয় বুলিও উল্লেখ কৰে ৷ লগতে, বড়ো ভূমিৰ লোকৰ লগতে সংগঠনতোৰ নেতায়ে উপলব্ধ কৰা বুলিও তেওঁ মন্তব্য প্ৰদান কৰে ৷ ইফালে, বিপিএফ দলত যোগদান কৰিয়ে BTR চুক্তিক পূৰ্ণাংগ কৰিব পাৰিব পাৰিব বুলি কৈ বি. চাওঁৰায়গ্ৰায়ে ৷

লগতে পঢ়ক : বৰ্তমান কংগ্ৰেছ দলত নেতৃত্বৰ অভাৱ : শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.