ETV Bharat / state

BTR Peace Accord : ক’ভিড প্ৰটক’ল অনুযায়ী উদযাপন বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

বৃহস্পতিবাৰে বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি (BTR Peace Accord) ৷ ক’ভিড প্ৰটক’ল অনুযায়ী উদযাপন (Second anniversary celebration of BTR Peace Accord) বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷ বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

author img

By

Published : Jan 27, 2022, 1:34 PM IST

btr-chief-pramod-bodo-participate-in-second-anniversary-of-btr-peace-accord
বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি

কোকৰাঝাৰ, ২৭ জানুৱাৰী : বৃহস্পতিবাৰে বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি (2nd Anniversary of BTR Peace Accord) ৷ ২০২০ চনৰ ২৭ জানুৱাৰীত অৰ্থাৎ আজিৰ দিনটোত এনডিএফবিৰ চাৰিওটা গোটৰ লগতে এবছু, ইউবিপিঅ’ নেতৃবৃন্দ আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ মাজত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷

সেইমৰ্মে ক’ভিড প্ৰট’কল অনুসৰি বৃহস্পতিবাৰে বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি (BTR Peace Accord Anniversary celebrated in Kokrajhar) অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ দ্বিতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি পুৱা দোতমাৰ থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰ আৰু কোকৰাঝাৰৰ ভাটিপাৰাস্থিত বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ আন কাৰ্যবাহী সদস্যসকলে মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷

ইপিনে বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, বিটিআৰ চুক্তিৰ ইতিমধ্যে কেইবাটাও দফা ৰূপায়ণ হৈছে ৷ তদুপৰি বাকী থকা দফাসমূহো পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব ৷

শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিক্ষেত্ৰত প্ৰমোদ বড়ো

লগতে চাওক: ভূপেন বৰা পানী নথকা ফায়াৰ ব্ৰীগেড : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.