ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকক সংস্থাপন দিব প্ৰমিলা ৰাণী ব্ৰহ্মই

author img

By

Published : Jun 4, 2020, 8:01 PM IST

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিশেষ পৰিকল্পনা ৷ বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক সংস্থাপন দিয়াৰ পৰিকল্পনা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷

pramila-rani-brahma-meeting-for-migrants-labours
বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক সংস্থাপন দিয়াৰ পৰিকল্পনা এগৰাকী মন্ত্ৰীৰ

কোকৰাঝাৰ,4 জুনঃ কোকৰাঝাৰ প্ৰশাসনক লৈ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিশেষ বৈঠক ৷ কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই মেলত জিলা উপায়ুক্ত ভাস্কৰ ফুকন,বিধায়ক ৰবিৰাম নাৰ্জাৰী,মাজেন্দ্ৰ নাৰ্জাৰী,বিভাগীয় বিষয়া আৰু জিলাৰ চক্ৰ বিষয়ালোক উপস্থিত থাকে ৷

বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকক সংস্থাপন দিব প্ৰমিলা ৰাণী ব্ৰহ্মই
লক ডাউনৰ সময়চোৱাত কাম হেৰাই বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক নিজ জিলাত কৰ্ম সংস্থাপন দিয়াৰ লক্ষ্যৰে আয়োজন কৰা হয় এই বিশেষ বৈঠক ৷ এই বৈঠকৰ অন্তত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে সাংবাদিকৰ আগত কয়, লক ডাউন সময়চোৱাত নিজৰ কাম হেৰাই বহিঃ ৰাজ্যৰ পৰা নিজ গৃহত অহা শ্ৰমিক সকলক কৰ্ম সংস্থাপন দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে ৷ কেন্দ্ৰীয় আঁচনি এম.জি.এনৰেগাৰ জৰিয়তে কৰ্ম সংস্থাপন দিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

উল্লেখ্য যে, কোকৰাঝাৰ জিলা প্ৰশাসনে জনোৱা মতে কোকৰাঝাৰ জিলাত বৰ্তমানলৈ ৮০০০ ৰো অধিক শ্ৰমিক বহিঃ ৰাজ্যৰ পৰা আহি জিলাত প্ৰৱেশ কৰিছে। চৰকাৰৰ নিয়ম অনুযায়ী শ্ৰমিক সকলক কৰ্ম সংস্থাপন দিয়াৰ কাম অতি খুব কম দিনৰ ভিতৰতে আৰম্ভ কৰিম বুলি উল্লেখ কৰে কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে।
লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.