ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ বিহু উদযাপন প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ - KOKRAJHAR

কোকৰাঝাৰত মহিলাসকলৰ সৈতে বিহু তথা বৈসাগুৰ গীতৰ তালে তালে কঁকাল ভাঙি নাচিলে বি পি এফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই। ৰাজ্যবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ বিবেক ভোট দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে ৷

নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ বিহু উদযাপন প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ
author img

By

Published : Apr 16, 2019, 11:58 AM IST

কোকৰাঝাৰ, 16 এপ্ৰিলঃ ৰঙালী বিহু ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সমান্তৰালভাৱে বি টি এডিৰ মূখ্য সদৰ কোকৰাঝাৰতো বাপতি সাহোন ৰঙালী বিহু পালন কৰিলে বিভিন্ন দল সংগঠন আৰু ৰাইজে । অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুৰ আনন্দ উপভোগ কৰিবৰ বাবে ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই প্ৰচাৰৰ পৰা বিৰত থকাৰ কথা প্ৰকাশ কৰিছে যদিও বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই বিহু পালন কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ।

নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ বিহু উদযাপন প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ

কোকৰাঝাৰ সদৰ চহৰৰ বাজাৰ ইণ্ডিয়াৰ সন্মুখত থকা পথাৰত চহৰখনৰ বিভিন্ন জনগোষ্ঠীৰ জীয়ৰী,বোৱাৰী সৈতে বিহু তথা বৈশাগুৰ গীতৰ তালে তালে কঁকাল ভাঙি নাচে বি পি এফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই। ইয়াৰ পাচতে অহা 23 এপ্ৰিলত বি পি এফৰ মনোনীত প্ৰাৰ্থী হিচাপে নাঙলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে। ৰাজ্যবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ নিজৰ বিবেক দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনসাধাৰণলৈ তেওঁ আহ্বান জনায় ৷

Intro:কোকৰাঝাৰত বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিহু পালন ও নিৰ্বাচন প্ৰচাৰ 

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন সমান্তৰাল ভাৱে বি টি এডিৰ মূখ্য সদৰ কোকৰাঝাৰতো বাপতি সাহোন ৰঙালী বিহু পালন কৰিলে বিভিন্ন দল সংগঠন আৰু জনসাধাৰণ ৰাইজে । 

Body:অসমীয়া জাতীয় উৎসৱ হেপাঁহৰ ৰঙালী বিহুৰ আনন্দ উপভোগ কৰিবৰ বাবে ইও পি পি এল দলৰ প্ৰাৰ্থী ইও জি ব্ৰহ্মই প্ৰচাৰৰ বিৰত থকাৰ কথা প্ৰকাশ কৰিছে যদিও বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মাই তেনে নকৰি বিহুৰ দিনটো বিহু পালন কৰাৰ সমান্তৰাল ভাৱে নিৰ্বাচনো অব্যাহত ৰাখিছে । এই দৃশ্য কোকৰাঝাৰ সদৰ চহৰৰ বাজাৰ ইণ্ডিয়াৰ সন্মুখত থকা পথাৰত বিহু পালন কৰা দৃশ্য । যত সন্ধিয়াত চহৰখনৰ মহিলা সকলৰ সৈতে বিহু তথা বৈসাগুৰ গীতৰ তালে - তালে কঁকাল ভাঙি ভাঙি নাচিছে অসমৰ মন্ত্ৰী তথা বি পি এফৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মাই । বিভিন্ন জনগোষ্ঠীৰ জীয়ৰী, বোৱাৰী সৈতে একেলগে ৰঙালী বিহুৰ আনন্দ উপভোগ কৰিছে মন্ত্ৰী গৰাকীয়ে। বিহু আনন্দ লোৱাৰ পিচত ভোট ভিক্ষা। অহা ২৩ এপ্ৰিলত যাতে বি পি এফৰ যোগ্যতা দক্ষতা থকা প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিবলৈ বি পি এফৰ মনোনীত প্ৰাৰ্থী হিচাপে নাঙলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান ।

Conclusion:নৱবৰ্ষৰ ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নিৰ্বাচনত যাতে শান্তিপূৰ্ণ ভাৱে পাৰ হওক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় নিজৰ নিজৰ বিবেক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান কৰে  প্ৰাৰ্থীগৰাকী। তাৰোপৰি নৱবৰ্ষত নিজৰ(প্ৰমীলা) আনন্দৰ বতৰা আহিব বুলি আশা প্ৰকাশ কৰি নিজকে বিজয়ী নিশ্চিত বুলি দাবী কৰে । 

বাইট: প্ৰমীলা ৰাণী ব্ৰহ্মা, প্ৰাৰ্থী বি পি এফ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.