ETV Bharat / state

বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Feb 4, 2020, 9:35 PM IST

বিটিআৰ চুক্তিৰ সফলতাৰ বাবেই কোকৰাঝাৰৰ জংখ্ৰীঠাই পথাৰত আয়োজন কৰা হৈছে বিজয় উৎসৱ ৷ 7 ফেব্ৰুৱাৰীত এই উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে নেদাৰ আহ্বায়ক তথা অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অধিৱেশনস্থলী পৰ্যবেক্ষণ কৰে ৷ অধিৱেশনক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ কোকৰাঝাৰ চহৰত ৷

PM Narendra Modi will take participate at Kokrajahar vijay utsav
বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

কোকৰাঝাৰ,4 ফেব্ৰুৱাৰীঃ 27 জানুৱাৰীত স্বাক্ষৰিত কৰা হয় তৃতীয় বড়ো শান্তি চুক্তি ৷ আনহাতে, অহা 7 ফেব্ৰুৱাৰীত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিটিআৰ চুক্তিৰ সফলতাৰ বাবেই কোকৰাঝাৰৰ জংখ্ৰীঠাই পথাৰত আয়োজন কৰা হৈছে বিজয় উৎসৱ ৷ 7 ফেব্ৰুৱাৰীত এই উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বিগত সময়ছোৱাত অসমত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে অসম ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে নেদাৰ আহ্বায়ক তথা অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অধিৱেশনস্থলী পৰ্যবেক্ষণ কৰে ৷ অধিৱেশনখনত 5 লাখতকৈ অধিক লোক সমবেত হোৱাৰ আশংকা কৰা হৈছে বুলি ব্যক্ত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে চাৰিখন বিশেষ ৰে’লৰো ব্যৱস্থা কৰা হৈছে ৷

বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে সাংবাদিকৰ আগত কয় যে, বিজেপি চৰকাৰে শান্তিৰ বাবে বড়োসকলৰ সমস্যাসমূহ সমাধান কৰিছে ৷ যাৰ বাবে আজি সমগ্ৰ বড়ো ৰাইজে প্ৰদানমন্ত্ৰীগৰাকীক আদৰিবলৈ আপেক্ষাৰত হৈ আছে ৷ এই চুক্তি কেৱল বড়োসকলৰ বাবেই নহয় সমগ্ৰ জনজাতিৰ সমান্তৰাল উন্নয়নৰ বাবে বুলি কয় প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ইউ জি ব্ৰহ্মই ৷ আনহাতে, অধিৱেশনক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ কোকৰাঝাৰ চহৰত ৷

লগতে পঢ়ক-অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক, প্ৰতিক্ৰিয়া প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ

Intro:বিটিআৰ চুক্তিৰ বিজয় উছৱত কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশগ্ৰহণৰকলৈ ব্যাপক প্ৰস্তুতি।।

VO1_ অহা 7 ফেব্ৰুৱাৰীত অসম ভ্ৰমণলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিটিআৰ চুক্তি বাবে কোকৰাঝাৰৰ জংখ্ৰীঠাই ফৌথাৰত আয়োজন কৰা হৈছে বিজয় উৎসৱ। তৃতীয় বড়ো চুক্তিত স্বাক্ষৰকাৰী আৰু অসম চৰকাৰে আয়োজন কৰা হৈছে এই বিজয় উৎসৱতো।

Body:বিগটো সময় চোৱাত উত্তৰ-পূৰ্বাঞ্চল বা অসমত "কা"ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহতৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীই অসম ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছিল জুদিও অবশেষত অহা 7 ফেব্ৰুৱাৰীত ককৰাঝাৰৰ এই বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীই।

ইতিমধ্যে নেদাৰ আহ্বাক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাহাৰ পাতিছে কোকৰাঝাৰত আজি আয়োজন স্থলীত গৈ নিজে তন্ন তন্নকৈ চোৱা সীতা কৰিছে। 5 লাখতকৈ অধিক জনগণ হোৱাৰ আকংসা কৰিছে এই বিজয় উৎসৱত। ইতিমধ্যে উত্তৰ অসমৰ জনসাধাৰণৰ বাবে চাৰীখন বিষেক ৰেল সেৱাও কৰাহৈছে।

Byte1_Himanta Biswa Sarma.

Conclusion:VO2_নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লোৰেন্স ইছলাৰীই সাংবাদীকৰ আগত কৈয়ে বিজেপি চৰকাৰে শান্তিৰবাবে বড়ো সমস্যাক সমাধান কৰিছে জাৰবাবে আজি চমুবড়ো ৰাইজে প্ৰধানমন্ত্ৰীক আদৰিবলৈ অপেক্ষাত আছে।

Byte2_Lowrence Islary GS ABSU.

VO3_ এই চুক্তি কেৱল বড়ো জনগোষ্টীৰ বাবে নহয়। সমগ্ৰহ জনজাতিৰ সমান্তৰাল উন্নয়ন বাবে, তাৰবাবে সবে এই বিজয় উৎসৱত ভাগ লোবোলাগে বুলি কৈ প্রাপ্তন ৰাজ্যসভাৰ এমপি উই জি ব্ৰহ্মই।

Byte 3_UG Brahma ex PM , RS

VO4_আনফালে এই বিজয় উৎসৱকলৈ সমগ্ৰহ কোকৰাঝাৰ জিলাতে নিৰাপত্তা বেষ্টনী গুৰিতোলা হৈছে বুলি উল্লেখ কৰে আইন শৃংখলাৰ এডিজিপি জিপি সিংয়ে।

Byte4_GP Singh , ADGP low and Order Assam.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.