কোকৰাঝাৰ, 11 জুন: সোমবাৰে উদ্বোধন কৰা হয় কোকৰাঝাৰ চহৰৰ নৱ নিৰ্মিত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ভৱন ৷ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে উদ্বোধন কৰে নৱ নিৰ্মিত ভৱনটো ৷ উল্লেখ্য যে, ভৱনটো নিৰ্মাণ কৰিবৰ বাবে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে আগবঢ়াইছিল প্ৰায় 5 লাখ টকাৰ অনুদান ৷
কোকৰাঝাৰত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ নৱ নিৰ্মিত ভৱন উদ্বোধন - অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ নৱ নিৰ্মিত ভৱন
উদ্বোধন কৰা হয় কোকৰাঝাৰ চহৰৰ নৱ নিৰ্মিত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ভৱন ৷ সোমবাৰে ভৱনটো উদ্বোধন কৰে সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে ।
etv bharat
কোকৰাঝাৰ, 11 জুন: সোমবাৰে উদ্বোধন কৰা হয় কোকৰাঝাৰ চহৰৰ নৱ নিৰ্মিত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ভৱন ৷ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে উদ্বোধন কৰে নৱ নিৰ্মিত ভৱনটো ৷ উল্লেখ্য যে, ভৱনটো নিৰ্মাণ কৰিবৰ বাবে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে আগবঢ়াইছিল প্ৰায় 5 লাখ টকাৰ অনুদান ৷
Intro:কোকৰাঝাৰত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ নৱ নিৰ্মিত ভৱন উধ্যাধন।
কোকৰাঝাৰ, 10 জুন : কোকৰাঝাৰ চহৰত নৱ নিৰ্মিত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ভৱনটোক আজি উধ্যাধন কৰে সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে।
Body:ভৱনটোক নিৰ্মান কৰিবৰ বাবে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে ৫ লাখ উনুদান দিয়াহৈছিল। আগণটো সময়ত বৃধ্য বয়সৰ কাৰণে যিবোৰ চৰকাৰী আঁচনি আছে এয়েবোৰ জাহাতে সবে উপভোক কৰিব পাৰে তাৰবাবে দিহা পৰামৰ্শ দিয়ে।
Conclusion:বৰ্তমান চৰকাৰে বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ কাৰণে ভিন্ন আঁচনি তাইয়াৰ কৰি ৰাখিছে বলি উল্লেখ কৰি কৈযে ছাত্ৰ ছাত্ৰী পৰাশুনাৰ পৰা বৃদ্ধ বয়স বিভিন্ন সোমাইচ্ছাক লৈ চৰকাৰৰ মুঠিত কিছু আছুনি আছে নি আছুনিক লৈ জোচেষ্ট উপকৃত হব পাৰে।
উধ্যধনী উনুষ্ঠানত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে ভাগ লৈ।