ETV Bharat / state

কোকৰাঝাৰ সমষ্টিত শান্তি ঘূৰি আহিছে: নৱ শৰণীয়া

কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই তেওঁৰ কাৰ্যকালত কোকৰাঝাৰ সমষ্টিত শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰে ৷ বিটিএডি এলেকাত প্ৰথমে মাটি আৰু অধিকাৰ, তাৰ পাছতহে প্ৰাৰ্থীৰ কথা আহে বুলি সাংসদ গৰাকীয়ে জনায় ৷ নিজকে কোনো দলৰ নহয় বুলি দাবী কৰি কয় যে তেওঁ ৰাইজৰ মানুহহে ৷

NABA KR SARANIA
author img

By

Published : Apr 2, 2019, 1:32 AM IST

কোকৰাঝাৰ, 1 এপ্ৰিল: সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মন্তব্য কৰে যে, তেওঁৰ কাৰ্যকালত কোকৰাঝাৰ সমষ্টিত শান্তি ঘূৰি আহিছে ৷ বিটিএডি এলেকাত প্ৰথমে মাটি আৰু অধিকাৰ, তাৰ পাছতহে প্ৰাৰ্থীৰ কথা আহে বুলি সাংসদ গৰাকীয়ে জনায় ৷ এই সমষ্টিত তেওঁৰ বাহিৰে বেলেগ কোনো প্ৰাৰ্থীয়ে ভোট ল'ব নোৱাৰে বুলি দৃঢ় মন্তব্য কৰে শৰণীয়াই ৷ বিভাজনবাদী শক্তিসমূহ ইতিমধ্যেই কোকৰাঝাৰ সমষ্টিৰ পৰা নাইকিয়া হৈছে বুলিও দাবী কৰি কয় যে তেওঁ নাথাকিলে একে নিশাতে বহু খামখেয়ালিৰ সৃষ্টি হ'ব পাৰে সমষ্টিটোত ৷ নিজকে কোনো দলৰ অন্তৰ্গত নহয় বুলি দাবী কৰি কয় যে তেওঁ ৰাইজৰ মানুহহে ৷

নৱ শৰণীয়া

কোকৰাঝাৰত যিহেতু সাম্প্ৰদায়িকতাৰ কথা নাহে, বড়ো অবড়োৰ কথাহে আহে সেয়েহে অমিত শ্বাহে যি উত্তৰ - পূবৰ 25 খন আসনৰ 21 খনেই পাব বুলি মন্তব্য কৰিছিল তাত কোকৰাঝাৰ সমষ্টিৰ কথা উল্লেখ নাইকৰা বুলি দাবী কৰে তেওঁ ৷

Sl Naba kr Sarania
1APR19
FTP

#কোকৰাঝাৰ সমষ্টিত শান্তি আহিছে নৱ কুমাৰ শৰণীয়াৰ কাৰ্য্যকালত।।

##নলবাৰীত সাংবাদিকৰ সাংসদগৰাকীয়ে আগত কোকৰাঝাৰ ৰ সাংসদ নৱ কুমাৰ শৰণীয়া ই কয় যে BTADৰ মানুহৰ প্ৰথমে মাটি তাৰ পিছতহে প্ৰাৰ্থীৰ কথা 
##MP ৰ ক্ষেত্ৰত নৱ শৰণীয়াক হে ভোট দিৱ ইয়াত কোনো সন্দেহ নাই।বেলেগ কোনো প্ৰাৰ্থী য়ে ভোট লৱ নোৱাৰে।##কোকৰাঝাৰত  কোনো পাৰ্টি নাই মাথো বড়ো অবড়োৰ কথাহে আনহাতে অমিত শ্বাহে  কৰা উত্তৰ পূবৰ 25 খনৰ 21খন  আসন দখল কৰা  মন্তব্যত কোকৰাঝাৰ সমষ্টি  বাদ দি কৰা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

বাইট নৱ কুমাৰ শৰণীয়া।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.