ETV Bharat / state

কোকৰাঝাৰত ভূমি পট্টা প্ৰদান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

কোকৰাঝাৰ আৰু গোঁসাইগাঁৱত প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে লাভ কৰে ভূমি পট্টা ৷ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই শনিবাৰে ৰাইজক প্ৰদান কৰে এই ভূমি পট্টা ৷

কোকৰাঝাৰ
ভূমি পট্টা
author img

By

Published : Jan 19, 2020, 9:57 AM IST

কোকৰাঝাৰ,18 জানুৱাৰীঃ কোকৰাঝাৰ আৰু গোঁসাইগাঁৱত শনিবাৰে ৰাইজক ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই । জিলাখনৰ বাঁশবাৰী আৰু গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁও বন সংমণ্ডলৰ অধীনত বসবাস কৰা ২৫ খন গাঁৱৰ ৰাইজে লাভ কৰে ভূমি পট্টা ৷ বিভিন্ন স্থানত অনুষ্ঠিত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকী উপস্থিত থাকি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সভাসমূহত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, জিলা উপায়ুক্ত পাৰ্থপ্ৰতীম মজুমদাৰ, কোকৰাঝাৰৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মনকে ধৰি চৰকাৰৰ বহুতো উচ্চপদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

ৰাইজে লাভ কৰে ভূমি পট্টা

লগতে চাওকঃশিক্ষা বিভাগৰ পৰা অব্যাহতি সিদ্ধাৰ্থ ভট্টাচাৰ্যক

Intro:কোকৰাঝাৰ আৰু গোসাঁইগাঁবত গাঁবৰ ৰাইজক মাটিৰ পট্টা বিতৰণ মন্ত্ৰী প্ৰমিলা।

কোকৰাঝাৰ, জানুৱাৰী 18: কোকৰাঝাৰ জিলাৰ বাছবাৰী আৰু গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অধিনস্হ বন গাঁবত বসবাস কৰা মুঠ ২৫ খন গাঁবৰ ৰাইজৰ মাজত ভুমিৰ পট্টা বিতৰণ কৰে অসমৰ শিশু কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।

Body:কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ বাছবাৰী আৰু কঁচুগাওঁত পৃথকে পৃথকে ৰাজহুৱা মেলত উপস্থিত থাকি কোকৰাঝাৰ উন্নয়ন খণ্ডত ১৬ খন গাঁও আৰু কঁচুগাওঁ উন্নয়ন খণ্ডত ৯ খন গাঁওৰ বাসীক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰানী ব্ৰহ্মই আনুষ্ঠানিক ভাবে মাটিৰ পট্টা বিতৰণ কৰে।

Conclusion:উক্ত সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, কোকৰাঝাৰৰ জিলা উপাইক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, কোকৰাঝাৰ ৰাজচক্ৰ বিষয়া দ্বীপন বৰ্মনকে ধৰি বহুতো উচ্চপদস্ত বিষয়া কৰ্মচাৰী উপস্থিত আছিল।

Byte_ pramila Rani Brahma....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.