ETV Bharat / state

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

author img

By

Published : Oct 30, 2020, 8:57 PM IST

চোৰাং ব্যৱসায়ীয়ে এ এছ  01 চি চি 7106 পঞ্জীয়ন নম্বৰৰ বাহনেৰে মূল্যবান কাঠখিনি বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাইছিল যদিও কোকৰাঝাৰ বন বিভাগে গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

kokrajhar-wood-seized
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

কোকৰাঝাৰ, 30 অক্টোবৰ : কোকৰাঝাৰত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ কোকৰাঝাৰ বন বিভাগ, এছ এছ বিৰ 31 নং বেটেলিয়ন আৰু দুৰ্নীতি বিৰোধী অনুসন্ধানকাৰী শাখাই চলোৱা যুটীয়া অভিযানত কচুগাঁও বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

kokrajhar-wood-seized
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

চোৰাং ব্যৱসায়ীয়ে এ এছ 01 চি চি 7106 পঞ্জীয়ন নম্বৰৰ বাহনেৰে মূল্যবান কাঠখিনি বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাইছিল যদিও কোকৰাঝাৰ বন বিভাগে গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 8 লাখ টকা হ‘ব বুলি জানিবলৈ দিছে বন বিভাগে ৷

লগতে পঢ়ক: কোনো কাৰণতে অসমত স্থাপন কৰিবলৈ দিয়া নহয় মিঞা মিউজিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.