ETV Bharat / state

কোকৰাঝাৰ চহৰত স্মাৰ্ট চোৰৰ তাণ্ডৱ

author img

By

Published : Jul 9, 2019, 10:20 PM IST

দিনদুপৰতে দুই লক্ষাধিক সোণৰ অলংকাৰ লৈ উধাও

কোকৰাঝাৰ চহৰত স্মাৰ্ট চোৰৰ তাণ্ডৱ

কোকৰাঝাৰ, 9 জুলাইঃ কোকৰাঝাৰ চহৰত এতিয়া দিনে দিনে বৃদ্ধি পাইছে স্মাৰ্ট চোৰৰ তাণ্ডৱ ৷ কিন্তু চোৰকেইটাক নাকী লগাব পৰা নাই কোকৰাঝাৰ আৰক্ষীয়ে । মঙলবাৰে চহৰখনৰ 11 নং ৱাৰ্ডৰ নৌনগৰত ঘৰত মানুহ নথকাৰ সুযোগ লৈ দিন দুপৰতে তাণ্ডৱ চলাই চোৰে ৷ দুই লক্ষাধিক সোণৰ অলংকাৰ লৈ উধাও হয় চোৰ কেইজন ৷

কোকৰাঝাৰ চহৰত স্মাৰ্ট চোৰৰ তাণ্ডৱ

পশু চিকিৎসালয়ত কৰ্মৰত জুনু বসুমতাৰী আৰু কোকৰাঝাৰ এইছ ডি এফ চি বেংকৰ কৰ্মচাৰী অমৰ্জিত নাৰ্জাৰীৰ ঘৰৰ তলা ভাঙি কোঠাত প্ৰৱেশ কৰি লুৎপাত চলাই চোৰকেইজনে । মুঠ দুই লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উধাও হয় চোৰকেইজন । অৱশেষত ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত চলায় যদিও চোৰ কেইজনে কেনেকৈ বা কি দৰে প্ৰকাণ্ড লোহাৰ গেট আৰু পকী দেৱালক পাৰ কৰি ঘৰত প্ৰৱেশ কৰিলে বৰ্তমানলৈ উমান পোৱা নাই আৰক্ষীয়ে ৷

Intro:কোকৰাঝাৰ চহৰত স্মাৰ্ট চোৰৰ তাণ্ডৱ।
দিনদুপৰতে দুই লক্ষাধিক সোনৰ অলংকাৰ লৈ উধাও।।

কোকৰাঝাৰ চহৰত এতিয়া স্মাৰ্ট চোৰৰ তাণ্ডবে দিনে দিনে বৃদ্ধি পাইছে, কিন্তু কোকৰাঝাৰ আৰক্ষীয়ে নাকীলগাবপৰা নাই স্মাৰ্ট চোৰটোক।

চহৰখনৰ 11 নং ৱাৰ্ডৰ নৌনগৰত আজি পুনৰ স্মাৰ্ট চোৰে দিন দুপৰতে তাণ্ডৱ চলাই ঘৰত মানুহ নথকাৰ সহুজুক লৈ দুই লক্ষাধিকৰ সোনৰ অলংকাৰ লৈ যায়।

Body:ঘটনাৰ তথ্য মতে পশু চিকিৎসালয়ত কৰ্মৰত জুনু বাসুমতাৰী আৰু ভাড়াতিয়া হিচাবে থকা কোকৰাঝাৰ ইছ এফ ডি বেংকৰ উপ শাখা প্ৰভণ্ডক অমৰ্জিত নাৰ্জাৰীৰ ৰুমত একে ৰাহে প্ৰৱেশ কৰি ঘৰৰ তলা ভাঙি লোৎপাট সলাই। লগতে মুঠ দুই লক্ষাধিক সোনৰ অলংকাৰ লৈ। অৱশেষত কোকৰাঝাৰ আৰক্ষীক জনোৱাত উপষ্টি হৈ তদন্ত চলাই জুদিও স্মাৰ্ট চোৰৰে কেনেকৈ বা কি দৰে প্ৰকাণ্ড লহাৰ গোটে আৰু পকী দেৱালক পাৰ কৰি ঘৰত প্ৰৱেশ কৰিলে উমানে নাপালে।

Conclusion:সেয়ে নিশা নহয় দিন দুপৰতে এনে কাণ্ড পুনৰ সংঘটিত হোৱাক আচাৰ্য প্ৰশাস কৰিছে স্থানীয় ৰাইজে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.