ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে কোকৰাঝাৰত সমদল - KOKRAJHAR

ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ চহৰত পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ সমদল ৷

স্বাধীনতা দিৱস উপলক্ষে কোকৰাঝাৰত সমদল
author img

By

Published : Aug 14, 2019, 7:07 AM IST

কোকৰাঝাৰ, 13 আগষ্ট: ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ চহৰত পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ সমদল ৷ কোকৰাঝাৰৰ মুখ্য চহৰ অসম অইলৰ পৰা আৰম্ভণি হোৱা সমদল জেডি পথ হৈ বিটিচি সচিবালয়ত অন্ত পৰে ৷

স্বাধীনতা দিৱস উপলক্ষে কোকৰাঝাৰত সমদল

উক্ত সমদলত উপস্থিত থাকে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ, পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক এম এম ব্ৰহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষক তাবোৰাম পেগু, ৰোজি ৰাণী শৰ্মাকে ধৰি জিলাৰ আন প্ৰশাসনিক বিষয়া সকল ৷ এই সমদলে সাধাৰণ জনতাৰ মাজত দেশ প্ৰেমৰ ভাৱ জগাই তুলিব বলি মন্তব্য কৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷

Intro:ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ চহৰত পঞ্চম অসম আৰক্ষী বেটেলিওনৰ সমদল বাহিৰ কৰে।

Body:কোকৰাঝাৰ মুখ্য চহৰ অসম অইলৰ পৰা আৰম্ভণি হোৱা সমদলে জেডি পথ হৈ বিটিচি সচিবালয়ত অন্ত পৰে। ককৰাঝাৰৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে উক্ত সমদলে সাধাৰণ জনতাৰ মাজত দেশ প্ৰেমৰ ভাৱ জগাই তুলিব বলি আশাকৰিছে।

Conclusion:অনুষ্ঠানত কোকৰাঝাৰ জিলা উপাইক্ত পাৰ্থপ্রতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ,পঞ্চম অসম আৰক্ষী বেটেলিওনৰ অধিনায়ক এম এম ব্ৰহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষ তাবোৰাম পেগু ৰোজি ৰাণী শৰ্মাকে ধৰি জিলাৰ আন প্ৰশাসনিক বিষয়া অপষ্টিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.