ETV Bharat / state

Drugs paddler arrest : কোকৰাঝাৰত ড্ৰাগছ সহ যুৱক আটক - Drugs paddlar arrest in kokrajhar

চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানেও ভীতিগ্ৰস্ত কৰিব পৰা নাই এচামক (Drug addiction of youth) ৷ সফল হ’বনে চৰকাৰৰ এই সম্পূৰ্ণ ড্ৰাগছ নিৰ্মূলকৰণ অভিযান (Drugs free assam mission by State Govt)! দেওবাৰে কোকৰাঝাৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক হ’ল 20 বছৰীয়া যুৱক (Youth arrested for consuming drugs in kokrajhar) ৷

youth arrested for consuming drugs
ড্ৰাগছৰ গ্ৰাসত নৱপ্ৰজন্ম
author img

By

Published : Nov 29, 2021, 6:06 PM IST

কোকৰাঝাৰ, 29 নৱেম্বৰ : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম চৰকাৰে (Anti drugs mission of Assam Govt) ৷ বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰী নিতৌ আৰক্ষীৰ জালত পৰি আছে ৷ দেওবাৰে এই অভিযানৰ কৱলত পৰে কোকৰাঝাৰ বাগানশালিৰ এজন যুৱক(One arrest in kokrajhar during drugs consumption), নাম ডেলফেনিয়াম ব্ৰহ্ম ৷

youth arrested for consuming drugs
ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে আটক 20 বছৰীয়া যুৱক

খবৰ অনুসৰি, দেওবাৰে বিয়লি কোকৰাঝাৰ জিলাৰ আৱৰ্ত ভৱনৰ সমীপৱৰ্তী গৌড়নগৰত ডেলফেনিয়ামে তেওঁৰ সহযোগী নাৰায়ণ দাসৰ সৈতে ড্ৰাগছ সেৱন কৰি আছিল ৷ এই বিষয়ে খবৰ পোৱাত কোকৰাঝাৰ সদৰ আৰক্ষীৰ দল এটা তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু ডেলফেনিয়ামক আটক কৰিবলৈ সক্ষম হয় ৷

নাৰায়ণে দাসে আৰক্ষী অহাৰ খবৰ পাই আগেয়ে পলায়ন কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন যুৱকজনৰ পৰা তিনিগ্ৰাম ড্ৰাগছ জব্দ কৰিছে (Police seized drugs in kokrajhar) আৰু জেৰা অব্যাহত ৰাখিছে ৷

লগতে চাওক : নিচাৰ ৰাগীত অবাটে যুৱ প্ৰজন্ম...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.