ETV Bharat / state

প্ৰতিবাদত শিক্ষক-ছাত্ৰঃ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অচলাৱস্থা

author img

By

Published : May 31, 2019, 10:50 PM IST

বিগত 29 মে'ৰ পৰা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজেৰ শিক্ষক গোটে তেওঁলোকৰ বিভিন্ন দাবীক লৈ মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন কৰিছে ৷ যাৰ বাবে হাহাকাৰ পৰিস্থিতি ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ কিয়নো আগন্তুক 13 জুনৰ পৰা আৰম্ভ হ'ব পৰীক্ষা ৷

কোকৰাঝাৰত শ্ৰেণী বৰ্জন কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

কোকৰাঝাৰ, 31 মে: কোকৰাঝাৰস্থিত একমাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজৰ দুৰৱস্থা ৷ বিগত ২৯ মে'ৰ পৰা শিক্ষকে শ্ৰেণী বৰ্জন কৰাৰ উপৰিও শিক্ষাৰ্থীয়ে শ্ৰেণী বৰ্জন কৰি হাতত লৈছে ধৰ্ণা কাৰ্যসূচী ৷ একাংশ শিক্ষাৰ্থীক লৈ ল’ৰা ধেমালি অসমৰ শিক্ষা বিভাগৰ ৷ ৰাজ্যত শিক্ষা বিভাগৰ দৰে বিয়াগোম বিভাগ থকা স্বত্বেও নামনি অসমৰ এক মাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ মৃত্য মুখত পৰিণত হোৱা ঘটনা দুৰ্ভাগ্যজনক ।

কোকৰাঝাৰত শ্ৰেণী বৰ্জন কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত 29 মে'ৰ পৰা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজেৰ শিক্ষক গোটে তেওঁলোকৰ বিভিন্ন দাবীক লৈ মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন কৰিছে ৷ যাৰ বাবে হাহাকাৰ পৰিস্থিতি ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ কিয়নো আগন্তুক 13 জুনৰ পৰা আৰম্ভ হ'ব পৰীক্ষা ৷ যাৰ বাবে শ্ৰেণী নিয়মীয়াকৰণ আৰু বিভিন্ন সমস্যাৰ সমাধান বিচাৰি কলেজ চৌহদত বিভিন্ন শ্লো'গানৰে তিনিঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ আনফালে শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰণে শ্ৰেণী কোঠাৰ দুৱাৰত ওলমি আছে তলা ।

1996 চনতে কোকৰাঝাৰ চহৰত স্থাপন হোৱা নামনি অসমৰ এক মাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজখন বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানতে পৰিচালিত হৈ আছে । কিন্তু বৰ্তমান পৰ্যন্ত চৰকাৰীকৰণ ন'হল কলেজখন ৷

Intro:কোকৰাঝাৰ সুকুমাৰ কলা মহাবিদ্যালয়ৰ (মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ) দূৰঅৱস্থা ।

কোকৰাঝাৰ, 31 মে: কোকৰাঝাৰ চহৰত অৱস্থিত নামনি অসমৰ এক মাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ এতিয়া দূৰঅৱস্থা, ২৯ মেৰ পৰা শিক্ষকৰ শ্ৰীনি বৰ্জন আনফালে শিক্ষাৰ্থীও শ্ৰীনি কোঠা এৰি বহিবলগা হৈছে ধৰনা।

Body:অসমৰ শিক্ষা বিভাগটো যেন এতিয়া লৰা ধেমালি যেন একাংশ ছাত্ৰ ছাত্ৰী আৰু শিক্ষার্থীৰ মাজত। ৰাজ্যত এটা শিক্ষা বিভাগ দৰে বিয়াগোম বিভাগ থকা স্বত্তেও নামনি অসমৰ এক মাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজে এতিয়া মৃত্য মুখত পৰিনীতি হোৱাটো অতি দুৰ্ভাগ্য বিষয়।

উল্লেখ যোগ্যযে যোৱা ২৯ মেৰ পৰা কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজেৰ শিক্ষক গোটে তেওঁলোকৰ বিভিন্ন দাবীক লৈ কলেজত শ্ৰেণী বৰ্জন কৰি ৰাখিছে ফলত ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা কাৰণ খুনমুখত পৰীক্ষা, অহা ১৩ জুনৰ পৰা পৰীক্ষা আৰম্ভ হব। তাকে নিজৰ নিয়মীয়া শ্ৰেণী আৰু সমাধান বিচাৰি আজি কলেজখনৰ ছাত্ৰ ছাত্ৰী তিনিঘণ্টা ধৰনা ৰূপায়ণ কৰে কলেজৰ চৌহদত। হাতত প্লেকাৰত, বেনাৰ লৈ বিভিন্ন শ্লোগান গাই উত্তাল কৰি তোলে কলেজ চৌহদ।

Conclusion:আনফালে শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰণে শ্ৰেণী কোঠাৰ দুৱাৰ এতিয়া তলা ওলমি আছে।

১৯৯৬ চনতে কোকৰাঝাৰ চহৰত স্থাপন হোৱা নামনি অসমৰ এক মাত্ৰ মিওজিক এণ্ড ফাইন আৰ্টছ কলেজখন বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তত্ত্ববধানতে পৰি চালিত হৈ আছে। কিন্তু আজি ২৩ বছৰে চৰকাৰীকৰণ মুখ দেখা নগল কলেজখনৰ। নিজৰ গাঠি ধনদী বেবহাৰ কৰিয়ে পাঠ দান চলাই আহিছে শিক্ষাৰ্থী। ফলত এনেকৈ পদক্ষেপ লৱলগা হৈছে শিক্ষাৰ্থীৰ বলি কৈ উপ উধ্যাপক বীৰেন্দ্ৰ মোছাহাৰীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.