ETV Bharat / state

কোকৰাঝাৰত নৱ শৰণীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা

কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অবড়ো লোকৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

author img

By

Published : Apr 14, 2019, 3:02 PM IST

কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভা

কোকৰাঝাৰ, 14 এপ্ৰিল : দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় এখন নিৰ্বাচনী প্ৰচাৰ সভা ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাচতেই ৰাজনৈতিক নেতা,দল-সংগঠন সকলো ব্যস্ত হৈ পৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৷ কোকৰাঝাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে সাংসদ নৱ কুমাৰ শৰণীয়া ৷ শৰণীয়াই সভাত প্ৰমোদ বড়োক তীব্ৰভাৱে সমালোচনা কৰি কয় - "প্ৰমোদ বড়োৱে অসমৰ ৰাইজৰ আগত অসম বিভাজন নকৰো বুলি ক্ষমা খোজক" ৷ লগতে বি.টি.এডিত থকা অবড়োসকলৰ ভূমি অধিকাৰ,আৰ্থ সামাজিক অধিকাৰ,চাকৰি অধিকাৰ দিয়াৰ আশ্বাস দিয়াৰ মন্তব্য কৰে ৷

কোকৰাঝাৰত নৱ শৰণীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে,প্ৰমোদ বড়োৱে ৰাজনীতি বাদ দি বড়ো ৰাইজৰ বাবে ভাল কাম কৰক বুলি দাবি উত্থাপন কৰি অবড়ো লোকসকলৰ সমস্যা সমাধানৰ বাবে সদায় কাম কৰিবলৈ মত প্ৰকাশ কৰে ৷

Intro:৫ নং কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দ্বী নাই নব কুমাৰ শৰনীয়াৰ। এই মন্তব্য কৰে সন্মিলিত জনগোষ্ঠীয় সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী নবকুমাৰ শৰনীয়াই।Body:বাক্সা জিলাৰ কুৱেৰিচকত এখন নিৰ্বাচনী সভাত সাংসদ নব কুমাৰ শৰনীয়াই উপস্হিত থাকি প্ৰমোদ বড়োক তিব্ৰ ভাষাৰে সমালোচনা কৰে।শৰনীয়াই কয় যে প্ৰমোদ বড়োই অসমৰ ৰাইজৰ আগত অসম বিভাজন নকৰো বুলি ক্ষমা খোজক।লগতে বিটিএডিত থকা অবড়ো ৰাইজৰ ভূমি অধিকাৰ,আৰ্থ সামাজিক অধিকাৰ,চাকৰি অধিকাৰ দিম বুলি কথা দিয়ক।অবড়ো লোকক অত্যাচাৰ কৰাৰহে প্ৰচেষ্টা চলাই থাকে বুলি শৰনীয়াই ডাবি জনায়।প্ৰমোদ বড়োই ৰাজনীতি বাদ দি বড়ো ৰাইজৰ ভাল কাম কৰক বুলিও ডাবি উথাপন কৰে।Conclusion:প্ৰতিদ্বন্দ্বীৰ সন্দৰ্ভত কয় যে কোকৰাঝাৰ সমষ্টিত শৰনীয়াৰ কোনো প্ৰতিদ্বন্দ্বী নাই।
বাইট-নব কুমাৰ শৰনীয়া।
ছাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.