ETV Bharat / state

হাগ্ৰামা মহিলাৰীয়ে সোতৰ বছৰ ফাউল কৰি ফুটবল খেলি আহিছেঃ বুদ্ধদেৱ মুছাহাৰী

বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্ৰভাৱশালী নেত্ৰী ড৹ অঞ্জলি দৈমাৰী প্ৰমুখ্যে বিপিএফৰ উচ্চ পদস্ত কৰ্মীসকলে অংশগ্ৰহণ কৰা মহিলা সমাৰোহত অজস্ৰ লোক তথা সমৰ্থক সকলৰ সমাগম প্ৰত্যক্ষ কৰি অভিভূত হৈ বনৰগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম ৷ ২৫-৩০ মাজত বিপিএফে আশন দখল কৰি বিটিচি পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বনৰগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মই ।

author img

By

Published : Nov 5, 2020, 10:32 PM IST

kokrajhar btc election
হাগ্ৰামা মহিলাৰীয়ে সোতৰ বছৰ ফাউল কৰি ফুটবল খেলি আহিছেঃ বুদ্ধদেৱ মুছাহাৰী

কোকৰাঝাৰ,5 নৱেম্বৰঃ হাগ্ৰামা নেতৃত্বধীন বিপিএফ আৰু প্ৰমোদ বড়ো নেতৃত্বধীন ইউ পি পি এল দুয়োটা দলৰ মাজত চলিছে প্ৰতিযোগিতামূলক প্ৰচাৰ অভিযান। বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ তথা বনৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আফ্লাগাঁও পথাৰত আয়োজিত হয় বিপিএফৰ মহিলা সমাৰোহ।

বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্ৰভাৱশালী নেত্ৰী ড৹ অঞ্জলি দৈমাৰী প্ৰমুখ্যে বিপিএফৰ উচ্চ পদস্ত কৰ্মীসকলে অংশগ্ৰহণ কৰা মহিলা সমাৰোহত অজস্ৰ লোক তথা সমৰ্থক সকলৰ সমাগম প্ৰত্যক্ষ কৰি অভিভূত হৈ বনৰগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম ৷ ২৫-৩০ মাজত বিপিএফে আসন দখল কৰি বিটিচি পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বনৰগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মই ।

আনহাতে দেৱৰগাঁও পৰিষদীয় সমষ্টি তথা হাগ্ৰামা মহিলাৰীৰ সমষ্টিত প্ৰমোদ বড়ো নেতৃত্বধীন ইউপিপি এলে আয়োজন কৰে পৰিবৰ্তন পদযাত্ৰা । কোকৰাঝাৰ চহৰৰ টেঙাপাৰা পৰা উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰি দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপি এলৰ মনোনীত প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, হাগ্ৰামা মহিলাৰীয়ে সোতৰ বছৰ ফাউল কৰি ফুটবল খেলি আহিছে। কিন্তু এইবাৰ ৰেফাৰীমেন ভাল,গতিকে হাগ্ৰামা এইবাৰ গ'ল দিব নোৱাৰে,পৰাজিত হোৱাটো নিশ্চিত বুলি দাবী কৰে বুদ্ধদেৱ মুছাহাৰীয়ে ।

লগতে পঢ়কঃ ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.