ETV Bharat / state

হাগ্ৰামাৰ বিৰুদ্ধে 1000 হাজাৰ কোটিৰ কেলেংকাৰীৰ অভিযোগ ইউপিপিএলৰ - বিটিআৰ চুক্তিৰ অন্যতম ব্যক্তি পৃথিৱী নাৰায়ণ দেৱ মেচয়ে

বিটিচিত হাগ্ৰামা মহিলাৰীয়ে 1000 কোটি টকা কেলেংকাৰী কৰাৰ অভিযোগ ৷ ৰাজ্যপালৰ শাসন কালতে উচিত তদন্ত বিচাৰিছে ইউপিপিএলে ৷

kokrajhar btc corruption
হাগ্ৰামাৰ বিৰুদ্ধে 1000 হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ ইউপিপিএলৰ
author img

By

Published : May 3, 2020, 8:59 PM IST

কোকৰাঝাৰ, 3 মে' : বিগত 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে 1000 কোটি টকা কেলেংকাৰী কৰাৰ অভিযোগ ৷ কেইজনমান ঠিকাদাৰক হাতৰ মুঠিত লৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন চাপ্লাইৰ নামত এই বৃহৎ ধন লুন্ঠন কৰাৰ অভিযোগ উখাপন কৰে ইউপিপিএলৰ নেতা তথা বিটিআৰ চুক্তিৰ অন্যতম ব্যক্তি পৃথিৱী নাৰায়ণ দেৱ মেচয়ে ৷

দেওবাৰে কোকৰাঝাৰত এখন সংবাদমেলত এই অভিযোগ উখাপন কৰে ইউপিপিএলৰ নেতা গৰাকীয়ে ৷

আনহাতে ই এম দনেশ্বৰ গয়াৰীও এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ অভিযোগকাৰীৰ ৷

লগতে নেতা গৰাকীয়ে বিটিচিত ৰাজ্যপালৰ শাসনকালতে এই কেলেংকাৰীৰ উচিত তদন্ত বিচাৰিছে ৷

লগতে পঢ়ক : কাঠফুলা ভক্ষণ কৰি গুদালগুৰিত অসুস্থ 17 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.