ETV Bharat / state

বিস্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ 2 আদিবাসী অস্ত্ৰ সৰ্বৰাহকাৰী - কোকৰাঝাৰ আৰক্ষী

আৰক্ষী আৰু চিৰাঙৰ ২১০ কোব্ৰা চি আৰ পি জোৱানে কোকৰাঝাৰ গয়বাৰী অঞ্চলত অভিযান চলাই বিস্ফোৰক সামগ্ৰীসহ 2 আদিবাসী অস্ত্ৰ সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে দুয়ো অস্ত্ৰ সৰ্বকাৰীক ।

বিস্ফোৰক সামগ্ৰীসহ 2 আদিবাসী অস্ত্ৰ সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ
author img

By

Published : Oct 4, 2019, 5:24 PM IST

কোকৰাঝাৰ,4 অক্টোবৰঃ বৃহস্পতিবাৰে নিশা কোকৰাঝাৰ আৰক্ষী আৰু চিৰাঙৰ ৰাণীখাটাস্থিত শিবিৰৰ ২১০ কোব্ৰা চি আৰ পি জোৱানে কোকৰাঝাৰ গয়বাৰী অঞ্চলত অভিযান চলাই ৷ এই অভিযানত ২১০ কোব্ৰা চি আৰ পিৰ পৰিদৰ্শক নিপন কুমাৰ বৈষ্ণৱৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে শুনিল হাস্দাৰ ঘৰত 2 টা হস্তনিৰ্মিত ৰাইফল আৰু এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰে ।

আনহাতে বিষ্ণু হাস্দাৰ গৃহত পুনৰ অভিযান চলাই দুটাকৈ হস্তনিৰ্মিত বোমা আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে দুয়ো অস্ত্ৰ সৰবৰাহকাৰীক ।

etv bharat
উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীখিনি

Intro:কোকৰাঝাৰ ব্ৰেকিং........

কোকৰাঝাৰত দুই আদিবাসী অস্ত্ৰ সৰ্বকাৰী গ্ৰেপ্তাৰ। Body:নিশা কোকৰাঝাৰ আৰক্ষীৰ সহযোগত চিৰাঙৰ ৰাণীখাটাস্থিত শিবিৰৰ ২১০ কোব্ৰা চি আৰ পি জোৱান সকলে কোকৰাঝাৰ গয়বাৰী অঞ্চলত অভিযান চলাই। ২১০ কোব্ৰা চি আৰ পিৰ পৰিদৰ্শক নিপন কুমাৰ বৈষ্ণৱৰ নেতৃত্বতধীন  অভিযানকাৰী দলটো  শুনিল হাস্দাৰ ঘৰত   দুখন  হস্তনিৰ্মিত ৰাইফল , এখন হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ হয় । Conclusion:আনহাতে বিষ্ণু হাস্দাৰ বাহ গৃহত পুনৰ অভিযান চলাই দুটাকৈ হস্তনিৰ্মিত বোমা আৰু বিষ্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কোকৰাঝাৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে দুয়ো অস্ত্ৰ সৰ্বকাৰীক ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.