কোকৰাঝাৰ, 15 আগষ্টঃ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱতো চৰকাৰী ভাৱে স্বাধীনতা দিৱস পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত চৰকাৰীভাৱে আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোসাঁইগাঁৱৰ মহকুমাধিপতি গয়া প্ৰসাদ আগৰৱালাই । অনুষ্ঠানত শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ অসম আৰক্ষী, এন চি চি দল, গোসাঁইগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰাৰ লগতে উক্ত কাৰ্যসূচীৰ অন্তত দেশ প্ৰেম মূলক নৃত্য প্ৰদৰ্শন কৰা হয় ৷
কোকৰাঝাৰত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন - independence day celebration
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত চৰকাৰীভাৱে স্বাধীনতা দিৱস পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷
কোকৰাঝাৰ, 15 আগষ্টঃ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱতো চৰকাৰী ভাৱে স্বাধীনতা দিৱস পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত চৰকাৰীভাৱে আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোসাঁইগাঁৱৰ মহকুমাধিপতি গয়া প্ৰসাদ আগৰৱালাই । অনুষ্ঠানত শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ অসম আৰক্ষী, এন চি চি দল, গোসাঁইগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰাৰ লগতে উক্ত কাৰ্যসূচীৰ অন্তত দেশ প্ৰেম মূলক নৃত্য প্ৰদৰ্শন কৰা হয় ৷
Rpt :-Biswajit choudhury Gossaigaon.
Date :- 15/8/19.
Anchore :- আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। সেই উপলক্ষে দেশৰ আন প্ৰান্তৰ দৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পশ্চিম অসমৰ তথা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱতো চৰকাৰী ভাৱে স্বাধীনতা দিৱস পালন কৰা হয়।
Body:
S/O :- গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত চৰকাৰীভাৱে গোসাঁইগাঁৱৰ লৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোসাঁইগাঁৱৰ মহকুমাধিপতি গয়া প্ৰসাদ আগৰৱালাই ।ইয়াৰ পূৰ্বে দেশ স্বাধীনৰ বাবে শ্বহীদ সকলক শ্ৰোদ্ধ জ্ঞাপন কৰে। পতাকা উত্তোলনৰ অন্তত দেশৰ উন্নয়ন আৰু বিভিন্ন জন কল্যাণমূলক আঁচনিৰ ওপৰত ভাষণ দিয়ে। Conclusion:ইয়াৰ পিছত অসম আৰক্ষী, এন চি চি দল, গোসাঁইগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলে অংশ গ্ৰহণ কৰা পেৰেড প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীৰ অন্তত দেশ প্ৰেম মূলক নৃত্য প্ৰদৰ্শন কৰে।