ETV Bharat / state

অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান

অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ আলিপুৰদুৱাৰৰ বাৰভিশাৰ বটতলাত বুধবাৰে বিয়লি পশ্চিম বংগ আৰু অসম আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত জব্দ কৰে।

author img

By

Published : Aug 7, 2019, 10:33 PM IST

অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান

গোসাইগাঁও, 7 আগষ্টঃ অসম বংগ সীমান্তত বংগ আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত জব্দ কৰে । বংগৰ বাৰভিশাৰ বটতলাৰ এটা গোদামৰ পৰা চোৰাং চাহ পাতখিনি জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান

এই চাহপাতৰ বজাৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷ দুই আগষ্টত চিৰাঙৰ বিজনীৰ পৰা চাহ পাত ভৰ্তি ট্ৰাকখন দুৰ্বৃত্তই "হাই জেক" কৰি লৈ যায় বংগৰ ধুপগুৰিলৈ । ইয়াৰ পিছত পুনৰ বাৰভিশাত এটা গোদামত নমাই চাহপাত খিনি জব্দ কৰি ৰাখে । দুই আগষ্টত হাত ভৰি বন্ধা অৱস্থাত ট্ৰাকখনৰ চালকক অসম আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত চলায় আৰু ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক আটক কৰে। ধৃত লোকজনে স্বীকাৰ কৰা মতে ট্ৰাকখনত আছিল ৩৫ -৪০ কেজি ওজনৰ ৪৫০ বেগ চাহ পাত । বুধবাৰে বংগৰ উক্ত গোদামৰ মালিককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

Intro:Story:-- অসম বংগ সীমান্তত পশ্চিম বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান :: ট্ৰাক ভৰ্তি চোৰাং চাহ পাত উদ্ধাৰ :: দুজনক গ্ৰেপ্তাৰ ::

Rpt :- .Gossaigaon.
Date :-7/8/19.
Anchore :- অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ অলিপুৰদুৱাৰ জিলাৰ বাৰভিশাৰ বঁটতলাত আজি বিয়লি পশ্চিম বংগ আৰু অসম আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত উদ্ধাৰ কৰে।

Body:

S/O :- অসম বংগ সীমান্তত বংগ আৰু অসম আৰক্ষীৰ যৌথ অভিযান ।বংগ আৰু অসম আৰক্ষী যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত উদ্বাৰ। উক্ত বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত বংগৰ বাৰভিশাৰ বটতলাৰ এটি গোদাউনৰ পৰা উদ্ধাৰ কৰা হয় বিয়লি ।চোৰাং চাহ পাতৰ বজাৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা হব। চোৰাং চাহ পাত সৰবৰাহৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ ।যোৱা দুই আগষ্টত চিৰাং জিলাৰ বিজনীৰ পৰা উক্ত চাহ পাত ভৰ্তি ট্ৰাকখন দুৰ্বৃত্তই হাই জেক কৰি বংগৰ ধুপগুৰি লৈ যায়। ইয়াৰ পিছত পুনৰ বাৰভিশাত আনি এটি গোদাউনত নমায়। যোৱা দুই আগষ্টত হাত ভৰি বন্ধা অৱস্থাত ট্ৰাকখনৰ চালকক অসম আৰক্ষী উদ্ধাৰ কৰি তদন্ত চলায় আৰু ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক আটক কৰে। Conclusion: ধৃত লোকজনৰ স্বীকাৰ কৰা মতে আজি উক্ত বৃহৎ পৰিমাণৰ চোৰাং চাহ পাত উদ্বাৰ কৰে।ট্ৰাকখনত ৩৫ -৪০ কেজি ওজনৰ ৪৫০ বেগ চাহ পাত আছিল। আজি বংগৰ উক্ত গোদাউনৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ লগতে চি চি টি ভিৰ সমস্ত বস্তু জব্দ কৰে। তদন্তৰ খাতিৰত গ্ৰেপ্তাৰ কৰা লোক দুনজৰ নাম ঠিকনা প্ৰকাশ কৰা নাই আৰক্ষী।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.