ETV Bharat / state

অখিল গগৈ এজন দালালী নেতাঃ বলেন বৈশ্য

author img

By

Published : Mar 23, 2019, 11:53 PM IST

855 জন শ্বহীদক হত্যা কৰা কংগ্ৰেছ দলৰ নিৰ্বাচনী দালালী কৰাৰ ষড়যন্ত্ৰ ৰচিছে অখিল গগৈয়ে

হিন্দু যুৱ ছাত্ৰ পৰিষদ

কোকৰাঝাৰ, ২৩ মাৰ্চ: কৃষক নেতা অখিল গগৈয়ে বিজেপি মিত্ৰজোঁট চৰকাৰক ভোট নিদিবলৈ আহ্বান জনোৱাৰ পাচতে জাঙুৰ খাই উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷ শনিবাৰে সংগঠনটোৰ কোকৰাঝাৰ জিলা কমিটিৰ পুনৰ গঠন সভাত ভাগ লৈ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য কয়, 'অখিল গগৈ এজন দালাল গিৰী নেতা হিচাপেহে কাম কৰি আহিছে, এজন কৃষক নেতা দৰে নহয় ৷ যাৰ কাৰণে ৮৫৫ জন শ্বহীদক হত্যা কৰা কংগ্ৰেছ দলৰ নিৰ্বাচনী দালালি কৰাৰ ষড়যন্ত্ৰ ৰচিছে অখিল গগৈয়ে ৷ ’লগতে কয়, যদিহে বিজেপি, এজিপি, বিপিএফক ভোট দিব নালাগে তেতিয়া হ’লে কাক ভোট দিব লাগে সেয়া অখিল গগৈয়ে পোনপটীয়াকৈ জনাই দিব লাগে বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

Intro:দালালি বন্ধ কৰাৰ বাবে অখিল গগৈক সকিয়নি হিন্দু যুৱ ছাত্ৰ ৰ।

কোকৰাঝাৰ, মাৰ্চ ২৩: কৃষক নেতা অখিল গগৈয়ে আগুণটো লগ সভা নিৰ্ভচনত বিজেপি, এ জি পি, বিপিএফ ক ৰাইজক ভোট নিদেৱলৈ আহ্বান জনোৱাৰ পিছতে জাঙুৰখাই উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম বোলা এখন সংগঠনতুৰ।

Body:আজি সংগঠন তুৰ কোকৰাঝাৰ জিলা কমিটিৰ পুনৰ গঠন সভাত ভাগ লয় হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাৱটি বলেন বৈশ্য ETV BHARAT ৰ আগত কয় যে, অখিল গগৈ এজন দালাল গিৰী নেতা হিচাবেহে কাম কৰি আহিছে, এজন কৃষক নেতা দৰে নহয়। যাৰ কাৰণে ৮৫৫ জন সহিত ক হত্যা কৰা কংগ্ৰেছৰ হয় নিৰ্বাচনী দালালি কৰাৰ সৰুযন্ত্ৰ ৰোচিছে। বৈশ্যযে উল্লেখ কৰি কয় যে বিজেপি, এ জি পি, বিপিএফ ক ভোট দিব নালাগে জুদিহে কাক দিব লাগে তাক লয় ৰাইজক পোনপুতিয়াকৈ জনাই দিবলৈ কয়।

Conclusion:লগতে বশ্য যে কয় যে অখিল গগৈ ৰ এনেকৈ কৰ্ম কাণ্ডক অসম ৰ ৰাইজে আৰু বুজিবলৈ বাকী নাই। যাৰ কেন্দ্ৰ আৰু ৰাজ্য ত কাৰ চৰকাৰ ৰ আমোলাত অৰ্থাৎ ১৯৭৯ চন ৰ পৰা ১৯৮৫ চনলৈ অসম ত হোৱা অসম আন্দালানত ৮৫৫ জন যুগগক হিত্য কৰাহৈছিল, তথাবিও অসমীয়া ক হত্যা কৰা দল কংগ্ৰেছৰ হয় ভিতৰিয়া কৈ কাম কৰি আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.