ETV Bharat / state

কোকৰাঝাৰত গ্ৰেপ্তাৰ এজন এনডিএফবি (এছ) কেডাৰ

author img

By

Published : Jul 18, 2019, 9:28 PM IST

কোকৰাঝাৰত আটক কৰে এজন দুৰ্ধৰ্ষ এনডিএফবি (এছ) কেডাৰক ৷  ভাৰত ভূটান সীমান্তপৰ্টী লাবাইনোপুৰ অঞ্চলৰ পৰা কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত আটক কৰে  থুম্বা ব্ৰহ্ম ওৰফে থৈছম নামৰ এন ডি এফবি(এছ) কেডাৰগৰাকীক ৷

কোকৰাঝাৰত আটক কৰে এজন দুৰ্ধৰ্ষ এনডিএফবি (এছ) কেডাৰক

কোকৰাঝাৰ,18 জুলাই : কোকৰাঝাৰত বৃহস্পতিবাৰে আটক কৰে এজন দুৰ্ধৰ্ষ এনডিএফবি (এছ) কেডাৰক ৷ কোকৰাঝাৰ জিলাৰ বিসমূৰীয়া আৰক্ষী চকী অন্তৰ্গত ভাৰত ভূটান সীমান্তপৰ্টী লাবাইনোপুৰ অঞ্চলৰ পৰা কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত আটক কৰে থুম্বা ব্ৰহ্ম ওৰফে থৈছম নামৰ এন ডি এফবি(এছ) কেডাৰগৰাকীক ৷ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত 42 বেটেলিয়ানৰ কেডাৰগৰাকীৰ লগত আন এজন এনডিএফবি কেডাৰৰ সৈতে ভাৰত ভূটান সীমান্ত অঞ্চলৰ উল্টাপানী লাবাইনপূৰ অঞ্চলত বাহাৰ পাতি আছিল, এই খবৰ পাই কোকৰাঝাৰ আৰক্ষী লগত সেনাবাহিনী দলক লগতলৈ কৰা অভিযানত এজন কেডাৰ আটক হোৱাৰ বিপৰীতে আন এজন পলাবলৈ সক্ষম হয় । থুম্বা ব্ৰহ্ম ওৰফে থৈছম নামৰ কেডাৰ জনৰপৰা আৰক্ষীয়ে জব্দ কৰে এটা 7.65 এমএম পিষ্টল, দুই জাই সজীৱ গুলী,খুকুৰী দা, 14,600 টকা আৰু কিছু নথিপত্ৰ ।

Intro:কোকৰাঝাৰত এনডিএফবি আটক, অস্ত্ৰ শস্ত্ৰ জব্দ।

কোকৰাঝাৰ জিলাৰ বিসমূৰী আৰক্ষীচকী অন্তৰ্গত, ভাৰত ভূটান সীমান্তপৰ্টী লাবাইনোপূৰ অঞ্চলৰ পৰা কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত আজি এজন দুৰ্ধৰ্ষ এনডিএফবি (এছ) কেডাৰক আটক কৰে।

Body:ম্যানমাৰত প্ৰশিক্ষণ প্ৰাপ্ত 42 বেটছৰ কেডাৰগৰাকীৰ লগত দুই এন ডি এফ বি কেডাৰসৈতে ভাৰত ভূটান সীমান্ত অঞ্চল উল্টাপানী লাবাইনপূৰ অঞ্চলত বাহাৰ পাতি আছিল, এই খবৰ পাই কোকৰাঝাৰ আৰক্ষী লগত সেনাবাহিনী দলক লগতলৈ অভিযান চলাই ফলত এজন এনদিএফবি আটক হোৱাৰ বিপৰীতে আনএজন পলাবলৈ সক্ষম হয়।

Conclusion:কেদাৰ জনৰপৰা এটা 7.65 এমএম পিষ্টল, দুই যায় গুলি,খখৰী দাহ, 14,600 টকা আৰু কিছু নথিপত্ৰ উদ্ধাৰ কৰে।

এনডিএফবি (এছ) লগতে বিভিন্ন উগৰুবাদীদলৰ ওপৰত তীব্রতৰ উভিজান চলাই আছে আৰু চলিজাম, জাৰকাৰণে আজি এজন দুৰ্ধৰ্ষ এনডিএফবি আটক হবলগীয়া হৈবলী উল্লেখ কৰে কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.