কোকৰাঝাৰ, 22 নৱেম্বৰঃ দেওবাৰে ওদালগুৰি জিলাৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগলৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সদ্য বিপিএফ ত্যাগী নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক কটাক্ষ কৰি কয় যে, বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মোছাহাৰী যি সপোন লৈ বিজেপি দলত গৈছে এইটো সফল নহ'ব পাহাৰত কাছৰ কণী বিচৰাৰ দৰে হ'ব ৷"
বিশ্বজিৎ দৈমাৰীয়ে এন্টাৰ্কটিকাত খেতি কৰি ধান উৎপাদন কৰিব বিচাৰিছে : হাগ্ৰামা মহিলাৰী - btc election news
আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰা বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক তীব্ৰ কটাক্ষ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
![বিশ্বজিৎ দৈমাৰীয়ে এন্টাৰ্কটিকাত খেতি কৰি ধান উৎপাদন কৰিব বিচাৰিছে : হাগ্ৰামা মহিলাৰী hagrama mohilary reacations on biswajit doimary and imanual musahari bjp jioning](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9625679-353-9625679-1606040632115.jpg?imwidth=3840)
বিশ্বজিৎ দৈমাৰী-ইমানুৱেল মোছাহাৰীক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ