ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে হাগ্ৰামা মহিলাৰীয়ে

author img

By

Published : Nov 12, 2020, 9:13 PM IST

বিটিচি নিৰ্বাচনৰ তাৰিখ ঠিক হোৱা নাই যদিও ক্ৰমাগত নিৰ্বাচনী প্ৰচাৰ অভিযান উঠিছে তুংগত ৷ বড়োভূমিত ৰাজনৈতিক নেতাসকলৰ বাকযুদ্ধ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷

hagrama mohilary election camping in kokrajhar assam etv bharat news
নিৰ্বাচনী প্ৰচাৰ সভা

কোকৰাঝাৰ,12 নৱেম্বৰ: বৃহস্পতিবাৰে ওদালগুৰিৰ কলাইগাঁৱত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পুনৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ এইবেলি নিৰ্বাচনত মন্ত্ৰী শৰ্মাক বিটিআৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰত্যাহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে ৷ মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অংশ লব খোদ মহিলাৰীয়ে ৷ এই প্ৰতিদ্বন্দিতাৰ জৰিয়তে প্ৰকাশ পাব কোনগৰাকী নেতা অধিক জনপ্ৰিয় ৷ ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এই মুকলি প্ৰত্যাহ্বান জনাইছে বিপিএফৰ নেতাগৰাকীয়ে ৷

নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী

ইয়াৰ লগতে মন্ত্ৰী শৰ্মাই কয় যে,মন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ বাসনা পুহি ৰাখিছে ৷ সাংবাদিকে সোধা এটি প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে বিজেপিৰ পৰা বহুকেইগৰাকী নেতা বিপিএফত যোগদান কৰাৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰে ৷ তদুপৰি বিশ্বজিত দৈমাৰীৰ পিছত অন্য কোনো নেতাই দলটোত যোগদান নকৰে বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে চাওকঃ আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.