ETV Bharat / state

বিটিচিৰ ভৱিষ্যৎ! সুস্থ ৰায়ৰ বাবে অপেক্ষা

বি টি এ ডিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে বিপিএফে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা অভিযোগৰ বুধবাৰে শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ বৰ্তমানলৈ চূড়ান্ত ৰায়দান হোৱা নাই যদিও সুস্থিৰ ৰায় পোৱাৰ আশা ৰাজ্যপাল পক্ষৰ ৷

GUWHATI HIGH COURT BTC CASE
কি হ'ব বিটিচিৰ ভৱিষ্যৎ! সুস্থ ৰায়ৰ বাবে অপেক্ষা
author img

By

Published : May 13, 2020, 10:44 PM IST

গুৱাহাটা, 13 মে' : বি টি এ ডিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে বিপিএফে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা অভিযোগৰ বুধবাৰে পুনৰ শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যায় । প্ৰতিটো পক্ষৰ নিজৰ নিজৰ যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়া বৰ্তমানো চলি আছে যদিও এতিয়ালৈ কোনো চূড়ান্ত ৰায়দান হোৱা নাই ।

ইতিমধ্যেই ৰাজ্যপালৰ ফালৰ পৰাও শপতনামা দাখিল কৰা হৈছে । অহা 15 মে'ৰ ভিতৰত ৰাজ্যপাল শাসনৰ যুক্তিযুক্ততা সন্দৰ্ভত পুণৰ যুক্তি প্ৰদৰ্শন কৰিব ৰাজ্যপালৰ পক্ষই ।

কি হ'ব বিটিচিৰ ভৱিষ্যৎ! সুস্থ ৰায়ৰ বাবে অপেক্ষা

মুঠতে আশা কৰিব পাৰে যে, অহা 15 মে'ৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত এটা সুস্থিৰ ৰায় দিব ।

উল্লেখযোগ্য যে, যোৱা 11 মে'ৰ পৰা প্ৰতিদিনেই এই বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈ আছে ।

লগতে পঢ়ক : বকোত বাছ দুৰ্ঘটনাত আহত 18 গৰাকী যাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.