গোসাইগাঁও, 21 মে' : গোসাইগাঁও মহকুমাৰ গুৱাবাড়িত আজি পুৱা ৰে'লৰ সন্মুখত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী গুৱাবাড়ি গাঁৱৰ নিবাসী ফয়জৰ শ্বেখৰ পত্নী বয়জন বিবি(৪৮) বুলি জানিব পৰা গৈছে। অসমৰ পৰা বংগ অভিমুখে গৈ থকা মালবাহী ৰে'লৰ খুন্দাত নিহত হয় মহিলাগৰাকী । উল্লেখ্য যে মহিলা গৰাকী ৰে'লৰ সমুখত জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাটো সংঘটিত হোৱাৰ পাছত ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
গোসাইগাঁৱত ৰে'লৰ খুন্দাত মহিলাৰ মৃত্যু - ETV BHARAT
মৃত মহিলাগৰাকী গুৱাবাড়ি গাঁৱৰ নিবাসী ফয়জৰ শ্বেখৰ পত্নী বয়জন বিবি(৪৮) বুলি জানিব পৰা গৈছে। অসমৰ পৰা বংগ অভিমুখে গৈ থকা মালবাহী ৰে'লৰ খুন্দাত নিহত হয় মহিলাগৰাকী ।
গোসাঁইগাঁৱত ৰেলৰ সম্মুখত জপিঁয়াই মহিলাৰ আত্মহত্যা
গোসাইগাঁও, 21 মে' : গোসাইগাঁও মহকুমাৰ গুৱাবাড়িত আজি পুৱা ৰে'লৰ সন্মুখত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী গুৱাবাড়ি গাঁৱৰ নিবাসী ফয়জৰ শ্বেখৰ পত্নী বয়জন বিবি(৪৮) বুলি জানিব পৰা গৈছে। অসমৰ পৰা বংগ অভিমুখে গৈ থকা মালবাহী ৰে'লৰ খুন্দাত নিহত হয় মহিলাগৰাকী । উল্লেখ্য যে মহিলা গৰাকী ৰে'লৰ সমুখত জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাটো সংঘটিত হোৱাৰ পাছত ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
Intro:Story :- গোসাঁইগাঁৱত ৰেলৰ সম্মুখত জপিঁয়াই মহিলাৰ আত্মহত্যা :
Rpt :-.Gossaigaon.
Date :-21/5/19.
Anchore :- গোসাঁইগাঁও মহকুমাৰ গুৱাবাড়িত আজি পুৱা ৰেলৰে কাটি এগৰাকী মহিলাৰ মৃত্যু হয় । মহিলা গৰাকী গুৱাবাড়ি গাঁৱৰ নিবাসী ফয়জৰ শ্বেখৰ পত্নী বয়জন বিবি(৪৮) বুলি জানিব পৰা গৈছে। Body: অসমৰ পৰা বংগ অভিমুখে গৈ থকা মালবাহী ট্ৰেনৰ খুন্দাত নিহত হয় মহিলা গৰাকী । মহিলা গৰাকী ৰেলৰ সমুখত জপিঁয়াই আত্মহত্যা কৰাৰ সন্দেহ গাঁওবাসীৰ ।Conclusion:
উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্বাৰ কৰে।