ETV Bharat / state

কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক - FOUR KIDNAPPER ARRESTED

কোকৰাঝাৰৰ গোসাঁইগাঁও অপহৰণ কাণ্ডৰ লগত জৰিত চাৰি অপহৰণকাৰীক গোসাঁইগাঁও আৰক্ষীৰয়ে আটক কৰে ৷

কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক
কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক
author img

By

Published : Jun 24, 2020, 12:57 PM IST

কোকৰাঝাৰ,24 জুনঃ কোকৰাঝাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বুধবাৰে আটক হয় চাৰি অপহৰণকাৰী ৷ আটক কৰা যুৱক চাৰি গৰাকী ক্ৰমে কাজিগাঁও থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ অক্ষয় ছাংমা(২৫),বগৰিবাৰী থানাৰ অন্তৰ্গত মাটিয়াধল গাঁৱৰ ছৌল মাৰাক(২২),কপিল ব্ৰহ্ম আৰু সুনীল বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে | লগতে আৰক্ষীয়ে যুৱক চাৰিগৰাকীৰ পৰা এটা ৭.৬৫ এম এমৰ এটি পিস্তল উদ্ধাৰ কৰে |

FUR KIDNAPPER ARRESTED IN KOKRAJHAR DISTRICT
অপহৰণকাৰীৰ পৰা জব্দ কৰে এটা ৭.৬৫ এম এম পিস্তল আৰু এখন খুকুৰী
উল্লেখ্য যে গোসাইগাঁও চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ আক্তাৰ হুছেইন খানৰ পুত্ৰ আমিনুৰ হুছেইন খান যোৱা ৯ জুনত অপহৰণ কৰি হত্যা কৰিছিল | আৰক্ষীয়ে আটক কৰা অপহৰণকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে অধিক তথ্যৰ সন্ধানত ৷
কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক
উল্লেখ্য যে অপহৰণকাৰী দলটোৱে আমিনুৰ হুছেইন খানৰ পৰিয়ালক ২০ লাখ টকা দাবী কৰিছিল ৷

লগতে চাওকঃ গোসাইগাঁৱত চালকক অপহৰণ কৰি হত্যাঃ চাৰিজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.